ashomiyapatrika.com
Browsing Tag

guwahati

আপৰ কৰ্মী সভাত ৰাষ্ট্ৰীয় নেতা ৰাহুল পানৱাৰ

অসমত সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা গুৱাহাটীঃ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত আৰু বিধান সভাৰ উপ-নিৰ্বাচনৰ পূৰ্বেই আম আদমী পাৰ্টিয়ে সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। চলিত জুলাই মাহৰ ভিতৰতে দলৰ নতুন ৰাজ্যিক কমিটীৰ

বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাৰ আহ্বান

জিলা, শাখা, সতী ৰাধিকা, যুৱ তীৰ্থৰ সকলো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী পিছুৱাই দিবলৈ আহ্বান সম্পাদক প্ৰধানৰ গুৱাহাটীঃ ৰাজ্যজুৰি বান বিভীষিকাই জটিল ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম সত্ৰ মহাসভাই পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী অৰ্নিদিষ্ট

গুৱাহাটীৰ সন্ধানহীন কণমানিক অতিশীঘ্ৰে উদ্ধাৰ কৰক

মৃত্যুৰূপী উন্মুক্ত মেন হল বোৰৰ পৰা মহানগৰ বাসীক সুৰক্ষা প্ৰদান কৰকঃ চি পি আই (এম) গুৱাহাটীঃ যোৱা চাৰি জুলাইত নুনমাটি অঞ্চলৰ ভৱানীপুৰৰ শ্যাম নগৰৰ বাসিন্দা, ক্ষুদ্ৰ ব্যৱসায়ী হৰি চৰকাৰৰ পুত্ৰ অবিনাশ চৰকাৰৰ উন্মুক্ত ড্ৰেইনত পৰি এতিয়ালৈ

বাহকজনিত ৰোগ প্ৰতিৰোধ সন্দৰ্ভত কামৰূপ (ম) জিলা টাস্ক ফ’ৰ্চৰ বৈঠক

গুৱাহাটীঃ ৰাষ্ট্ৰীয় স্বাস্হ্য অভিযানৰ উদ্যোগত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্হ্য) ত্ৰিদিব কোঁৱৰৰ অধ্যক্ষতাত বাহকজনিত ৰোগৰ টাস্ক ফ'ৰ্চৰ প্ৰথমখন বৈঠক অনুস্থিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে কয় যে

ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতিঃ দেশৰ অষ্টলক্ষ্মী বানত বিধস্ত, খবৰ ল’বলৈ সময় নাই দেশৰ…

অন্য ৰাজ্যই যদি বৃহৎ পেকেজ পাই তেন্ত অসমে কিয় নাপাব? গুৱাহাটীঃ ৰাজ্যত প্ৰতিবছৰে ৫০ লক্ষাধিক জনসাধাৰণ বান-খহনীয়াত ক্ষতিগ্রস্ত হৈ আহিছে। প্রায় সকলো জিলাই এই বানৰ কবলত পৰে। বানৰ কবলত প্ৰতিবছৰে বহু লোক মৃত্যুমুখতো পৰিছে। লগতে হাজাৰ হাজাৰ

ডিব্ৰুগড়ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

জিলা প্ৰশাসনক বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী শীঘ্ৰে বিতৰণ নিৰ্দেশ গুৱাহাটীঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহত্তৰ ডিব্ৰুগড় অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় আৰু বানপীড়িত লোকসকলৰ সুবিধাৰ বাবে

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

দিল্লীৰ সংবাদমেলত বৰঠাকুৰক আদৰিলে আপৰ নেত্ৰী আতিশীয়ে গুৱাহাটীঃ দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিলে। আজি নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত

বকোৰ জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ উদ্যোগত আৰু কলেজ অব এডুকেশ্বন বকোৰ সহযোগত দহ দিনীয়া নৃত্য…

বকোঃ কামৰূপ জিলাৰ বকোত জিলমিল ডান্স এণ্ড এক্টিং ফ্লোৰৰ উদ্যোগত আৰু কলেজ অব এডুকেশ্বন বকোৰ সহযোগত যোৱা ১ জুলাইৰ পৰা দহ দিনীয়া নৃত্য কৰ্মশালাৰ শুভাৰম্ভনি হৈছে। উল্লেখ্য যে বকোত নৃত্য কৰ্মশালা শুভাৰম্ভণী অনুস্থানত উপস্থিত থাকে অসমৰ জনপ্ৰিয়

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী পৰীক্ষাগাৰ কৰ্মচাৰী সকলোৰ সমস্যা সমাধানৰ দাবীত ক’লা…

বকোঃ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত বিশুদ্ধ খোৱা পানী পৰীক্ষাগাৰ কৰ্মচাৰী সকলোৰ চৰকাৰী দা দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত ভিন্ন সমস্যা হোৱা গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম পানী পৰীক্ষাগাৰ কৰ্মচাৰী সন্থাই। লগতে পানী

কামৰূপ জিলা আৰক্ষী আৰু বকো আৰক্ষী থানাৰ উদ্যোগত ‘নতুন অপৰাধ আইন – ২০২৩’ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ…

বকোঃ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা ভিন্ন ভিন্ন প্ৰকাৰৰ অপৰাধ প্ৰৱনতা ৰোধ কৰিবলৈ চৰকাৰে প্ৰস্তুত কৰিছে একাধিক অভিলাষি আইন। এই আইন সমুহৰ ভিতৰত যথাক্ৰমে ১/ ভাৰতীয় ন্যায় সংহিতা আইন - ২০২৩, ২/ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন - ২০২৩, ৩/ ভাৰতীয়