ashomiyapatrika.com
Browsing Tag

guwahati

ভৱ গোঁসাই’ৰ মৃত্যু জাতীয় জীৱন, সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতিঃ কুসুম কুমাৰ মহন্ত

সত্ৰীয়া সংস্কৃতিৰ সাধক , সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক গুৱাহাটীঃ মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত

প্ৰথম মৃত্যু বাৰ্ষিকীত মনজিৎ মহন্তক স্মৰণ, স্মৃতিগ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি

গুৱাহাটীঃ বিশিষ্ট সাংবাদিক, ৰাজনৈতিক নেতা প্ৰয়াত মনজিৎ মহন্তক প্ৰথম মৃত্যুবাৰ্ষিকীত আজি তেখেতৰ সতীৰ্থসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত সাংবাদিকগৰাকীৰ গুৱাহাটীৰ বাসগৃহত দিনৰ ১১ বজাত সাংসদ অজিত কুমাৰ ভূঞাই বন্তি প্ৰজ্বলনৰে তেখেতৰ

অবিনাশৰ মৃত্যুয়েই শেষ মৃত্যু হওঁকঃ ৰিপুণ বৰা

শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত অসম তৃণমূল কংগ্ৰেছ গুৱাহাটীঃ গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে । পিতৃ-মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক। আজি অসম তৃণমূল কংগ্ৰেছৰ

বকোত নিলীমা ৰাভাৰ বস্ত্ৰশিল্পই আকৰ্ষণ কৰিছে গ্ৰাহককঃ পাট-মূগাৰ ভিন্ন প্ৰকাৰৰ কাপোৰ উভৈনদী বিপনীত

বকোঃ কামৰূপ জিলাৰ বকোত এগৰাকী সাধাৰণ মহিলাই দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে। ৰাজ্যৰ লগতে বহি: ৰাজ্যতো চৰ্চা মহিলা গৰাকীৰ শিল্পকৰ্মৰ। উল্লেখ্য যে হস্ততাঁত বস্ত্ৰশিল্পত চহকী মহিলা গৰাকীৰ নাম নীলিমা ৰাভা। জিলা খনৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত পয়ৰাঙ্গা

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক

গুৱাহাটীঃ কামৰূপ (ম)জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয়৷ মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুব

বকোৰ কালিয়াবড়ীত পিতৃ সম্পত্তিৰ পৰা বঞ্চিত কৰা অভিযোগ কণিষ্ঠ ভাতৃৰঃ গোপনে জমি বন্ধকত থৈ জ্যেষ্ঠ্য…

বকোঃ কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত এক দুখজনক ঘটনা সংঘটিত কৰা খৱৰ পোহৰ হৈছে। পৰিয়ালৰ ভাই ভনীক বঞ্চিত কৰি জ্যেষ্ঠ্য ভাতৃয়ে পিতৃ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছে। আজি কণিষ্ঠ ভাতৃ চফিউল হুছেইনে সাংবাদিকক অৱগত কৰে যে প্ৰয়াত পিতৃ ইব্ৰাহিম আলীৰ

ৰবৰ খেতি সন্দৰ্ভত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পিযুষ গোৱলৰে অসমৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ পৰ্যালোচনা…

গুৱাহাটীঃ অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ৰবৰ খেতি সন্দৰ্ভত ইটানগৰত আজি অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলৰ অধ্যক্ষতাত অনুষ্ঠিত সভা খনত মন্তব্য

কামৰূপ মহানগৰ জিলাৰ বানাক্ৰান্তলৈ লায়ন্স ক্লাৱ অফ গুৱাহাটীৰ সাহায্য সামগ্ৰী প্ৰদান

গুৱাহাটীঃ ৰাজ্যৰ আন কেবাখনো জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ, ডিমৰীয়া, চন্দ্ৰপুৰ, জাৰিকুছি জুবৈ আদি অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ লগতে কলং নৈৰ বাঢ়নি পানীৰ বাবে কেবা শতাধিক পৰিয়াল বানৰ কৱলত পৰিছে। যাৰ বাবে বানাক্ৰান্ত লোকক কিঞ্চিত সহায়ৰ

বকো প্ৰেছ ক্লাৱৰ বিশেষ কাৰ্য্যনিৰ্বাহক সভা সম্পন্নঃ ২১ জুলাইত ৩২ সংখ্যক বাৰ্ষিক অধিবেশন আয়োজন

বকোঃ গণতন্ত্ৰৰ ধ্বজাবাহক সাংবাদিক সকলোৰ সমুহীয়া মঞ্চ, কামৰূপ জিলাৰ বকো প্ৰেছ ক্লাৱৰ আজি বিশেষ কাৰ্য্যনিৰ্বাহক সভা এখন জৰুৰী ভাৱে অনুষ্ঠিত হয়। বকো প্ৰেছ ক্লাৱৰ কাৰ্য্যকৰী সভাপতি তথা জ্যেষ্ঠ্য সাংবাদিক গোবিন্দ দলৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা

বানমুক্ত অসম বিজেপিৰ ৰাজনৈতিক শ্লোগান – ৰিপুণ বৰা

অসমৰ বান সমস্যা আৰু কেন্দ্ৰৰ বঞ্চনা গুৱাহাটীঃ বানপানীত আজি বিধস্ত অসমৰ জনজীৱন। চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন। হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত। বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে। বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী