ashomiyapatrika.com
Browsing Tag

guwahati

আলাপ আলোচনাৰ মাজেৰে শিক্ষকৰ সকলো সমস্যা অনাগত দিনত সমাধান কৰা হ’বঃ শিক্ষামন্ত্ৰী

গুৱাহাটীঃ শৈক্ষিক সাংস্কৃতিক, সাংগঠনিক শোভাযাত্ৰাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সমূহৰ শুভাৰম্ভ হয়। হাইলাকান্দি চহৰ মাজেৰে চলা বৰ্ণিল শোভাযাত্ৰাই সম্প্ৰীতিৰ বাৰ্তা বিয়পাই

অৱনী বৰঠাকুৰৰ মৃত্যুত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোক প্রকাশ

গুৱাহাটীঃ বিশিষ্ট সমাজকৰ্মী, বাওঁপন্থী নেতা তথা গণতান্ত্ৰিক অধিকাৰৰ হকে আজীৱন সংগ্ৰাম অব্যাহত ৰখা শ্ৰদ্ধাৰ অৱনী বৰঠাকুৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এক শোকবাৰ্তাত কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, সাধাৰণ

হাইলাকান্দিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন আৰম্ভ

বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই ৫২ মহকুমাৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত উছৱমুখৰ পৰিৱেশ গুৱাহাটীঃ কালিৰে পৰা বৰাক উপত্যকাৰ হাইলাকান্দি চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয়

বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি

ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০

কেন্দ্রীয় বাজেট ২০২৪-২৫ ক বিকাশমুখী আৰু জনহিতৈষী বাজেট আখ্যা ৰাজ্যিক বিজেপিৰ

গুৱাহাটীঃ এন ডি এ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ তৃতীয়টো শাসনকালৰ প্ৰথমখন বাজেটক ৰাজ্যিক বিজেপিয়ে বিকাশমুখী আৰু জনহিতৈষী বাজেট হিচাপে অভিহিত কৰিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যিক বিজেপিৰ

কি আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় বাজেট, ২০২৪-২০২৫

নতুন দিল্লীঃপ্ৰথম খণ্ডঃ বিশ্ব অৰ্থনীতি নীতিগত অনিশ্চয়তাৰ মাজত থকাৰ পিছতো ভাৰতৰ অৰ্থনৈতিক বিকাশৰধাৰা অব্যাহত আছে আৰু আগন্তুক বছৰসমূহতো এই ধাৰা অব্যাহত থাকিব। বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত ২০২৪-২৫ৰ

বোলবোমঃ গুৱাহাটীৰ ভীমাশংকৰ জ্যোতিৰ্লিংগত সহস্ৰাধিক ভক্তৰ ভিৰ

গুৱাহাটীঃ ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে৷ লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত

মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ আশ্ৰয় লৈ বাতৰিৰ শিৰোনাম দখলৰ চেষ্টাৰ পৰিৱর্তে মাৰ্ঘেৰিটাই কেন্দ্রীয়…

গুৱাহাটীঃ আজি কিছুদিনৰ পৰা অসত্য আৰু মনে সজা কিছুমান ভুৱা তথ্যৰে সংবাদ মাধ্যমযোগে বিজেপি দলৰ নেতা তথা কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাই কংগ্রেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্রী গৰাকীৰ এনেধৰণৰ কাৰ্য্য দেখি তেওঁলৈ

ডিমৰীয়াত আপৰ বান সাহায্য বিতৰণ

গুৱাহাটীঃ কামৰূপ জিলাৰ ডিমৰীয়া বিধান সভা সমষ্টিত আজি আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা - কৰ্মী

অসমত ভয়ঙ্কৰ সংস্থাপনহীনতা, বহিঃৰাজ্যত প্ৰতিনিয়ত প্ৰাণ গৈছে অসমীয়া যুৱকৰ

কৰ্মৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ যোৱা যুৱক-যুৱতীৰ নিৰাপত্তাক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদঃ ৰাজ্যত ৭ বছৰে সংস্থাপনহীন ৪. ৯৪ লাখ লোক গুৱাহাটীঃ অসমৰ পৰা সৰু-সুৰা চাকৰি কৰিবলৈ বহিঃৰাজ্যলৈ যোৱা অসমীয়া যুৱক-যুৱতীৰ সঘন ৰহস্যজনক মৃত্যুৰ ঘটনাসমূহক লৈ