ashomiyapatrika.com
Browsing Tag

guwahati

মুখ্যমন্ত্ৰী কেজৰিৱালক বিনাচৰ্তে মুক্তিৰ দাবী গুৱাহাটীত আপৰ বিক্ষোভ

কংগ্ৰেছ, চিপিআই(এম), তৃণমূল কংগ্ৰেছ, ফৰৱাৰ্ড ব্লক, এনচিপি, আৰ জে ডিৰ অংশগ্ৰহণ গুৱাহাটীঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টি চমুকৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদ আৰু কাৰাগাৰত তেওঁৰ অসুস্থতাৰ পৰ্যাপ্ত

আমিনগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

গুৱাহাটীঃ কামৰূপ জিলাৰ আমিনগাওঁৰ চিলাৰায় উদ্যান আৰু লোক নিৰ্মাণ ভৱনত আজি সোমবাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ৩৪ তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় ভাৱে পালন কৰা হয়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী

কেলেংকাৰীৰ বিৰুদ্ধে ২০১৫চনৰ পৰা চলাই অহা সংগ্ৰামে পালে ন্যাৰ্য্যতা

এপিএছচি কেলেংকাৰিঃ আদালতৰ ৰায়ক আদৰণি অখিল গগৈৰ গুৱাহাটীঃ এপিএছচিত কৃষি¸ বিষয়া নিযুক্তিক লৈ হোৱা কেলেংকাৰিৰ বিৰুদ্ধে দিয়া বিশেষ আদালতৰ ৰায়ক আদৰণি জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ এই ৰায়ে ৰাকেশ কুমাৰ পালৰ দিনত এপিএছচিৰ নিযুক্তিত যে

১ আগষ্টৰ পৰা বাহনৰ পঞ্জীয়ন নম্বৰত থাকিব এএছ ০১ জিএ

৭৮সংখ্যক স্বাধীনতা বৰ্ষত স্বদেশ-স্বজাতিৰ দেশপ্ৰেম উদ্বুদ্ধ কৰাৰ বাবে পৰিবহণ বিভাগৰ আদৰণীয় পদক্ষেপ গুৱাহাটীঃ ৭৮সংখ্যক স্বাধীনতা বৰ্ষত ‘মেৰা ভাৰত মহান’ শীৰ্ষক শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ

অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা

গুৱাহাটীঃ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাইত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল। উক্ত সাক্ষাৎত কালত সাংসদ গৰাকীয়ে মন্ত্ৰী

আজিৰে পৰা ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

কলকাতাৰ উদ্বোধনী মেচত মোহন বাগান-ডাউন টাউন হিৰোজ কলকাতাঃ ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কাইলৈ পৰা আৰম্ভ হ’ব৷ ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত

দ্বিতীয় বাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ, পঞ্চম বাৰৰ বাবে বিনা…

হাইলাকান্দিঃ হাইলাকান্দি চহৰৰ বক্ষত অৱস্থিত ৰবীন্দ্ৰ ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ অন্তিম দিনত পুৱা নবজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় নিৰ্বাচনী সভাৰ শেষ বৈঠক

ৰাজনৈতিক শক্তি বৃদ্ধিৰে অগ্ৰসৰ হৈছে অগপঃ অতুল বৰা

অগপত ব্যাপক যোগদান গুৱাহাটীঃ আজি আমবাৰীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত পাচঁ শতাধিকৰো অখিক বিভিন্ন সংগঠনৰ যুৱক যুৱতীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ গুৱাহাটী মহানগৰ সমিতিখন সমুহীয়া ভাৱে

বিশিষ্ট পদাৰ্থ বিজ্ঞানী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ মৃত্যুঃ শোকৰ ছাঁ

গুৱাহাটীঃ অসমৰ এগৰাকী বিশিষ্ট পদাৰ্থ বিজ্ঞানী, কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° দিলীপ শৰ্মাৰ আজি দিনৰ ১১-১০ বজাত হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হস্পিটালত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। শৰ্মাৰ মৃত্যুৰ

চন্দ্ৰপুৰ আছুৰ অন্তৰংগ আলাপত ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক অৰূপ জ্যোতি টেৰণ

গুৱাহাটীঃ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া কৰ্মশালাৰ লগত সংগতি ৰাখি আজি চন্দ্ৰপুৰ হাইস্কুলত এক অন্তৰংগ আলাপ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ২০২২ বৰ্ষৰ অসম লোকসেৱা