ashomiyapatrika.com
Browsing Tag

guwahati

ভিনেশ ফোগাটে কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিছেঃ ৰাতুল শৰ্মা

অসম মল্লযুঁজ সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ'লেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে মহিলা মল্লযুঁদ্ধা ভিনেশ ফোগাট, এই মন্তব্য অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ। ছেমি ফাইনেলত দুৰ্দান্ত

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গুৱাহাটীত চলিছে অবৈধ গৃহ নিৰ্মাণৰ বেহা গুৱাহাটীঃ গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদসকলৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছেঃ সৰ্বানন্দ সোণোৱাল নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয়

মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পদত্যাগ দাবী

মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিৰ বহুসংখ্যক নেতা, কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতা ৰমেন

শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী

গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা  বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ  সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ

বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা

গুৱাহাটীঃ বিশিষ্ট অভিনেতা আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামীযে এই কথা ঘোষণা

৯৪ৰ ডাঙৰি ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিলে কেন্দ্ৰই

অৱশেষত ৩০ বছৰ জোৰা ন্যায়িক যুঁজৰ সামৰণিঃ অপৰাধী সেনা বিষয়াই শাস্তি নোপোৱাৰ দুখ থাকি গ'ল- জগদীশ ভূঞাঃ এইয়া 'আংশিক ন্যায় প্ৰাপ্তি' গুৱাহাটীঃ ১৯৯৪ চনৰ হৃদয় কঁপোৱা ডাঙৰি ভুৱা এনকাউন্টাৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ

বেলতলাৰ ৰাণীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছ – জাতীয় পৰিষদৰ শোক প্ৰকাশ

গুৱাহাটীঃ কোচ ৰাজবংশৰ বেলতলা ৰাজপৰিয়ালৰ সদস্য প্ৰয়াত যতীন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী ৰাণী উমা দেৱীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক শোকবাৰ্তাত কয় যে 'বেলতলাৰ ৰাণী' নামেৰে

পশুধন উৎপাদনত গুৰুত্ব বৃদ্ধি মন্ত্ৰী অতুল বৰাৰ

পশুধন নিগমৰ গাহৰি মাংস সংশাধন প্ৰকল্প উদ্বোধনঃ গ্ৰাম্য অৰ্থনীতি শক্তিশালীকৰণত পশুপালন শ্ৰেষ্ঠ বৃত্তি গুৱাহাটীঃ আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা গাহৰি মাংস সংশাধন প্ৰকল্পটো আনুষ্ঠানিক

চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটীঃ অসমৰ দৰিদ্ৰ জনসাধাৰণৰ মুৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনস্থ বিভিন্ন মেডিকেল পৰীক্ষা তথা অন্যান্য মাচুল ২০ শতাংশলৈকে বৃদ্ধি কৰিবলৈ লোৱা তৎপৰতাৰ অসম জাতীয় পৰীষদে তীব্ৰ বিৰোধ কৰিছে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু