ashomiyapatrika.com
Browsing Tag

guwahati press club

মুছলিমক মাহী আইৰ দৃষ্ঠিৰে চোৱা বন্ধ কৰকঃ আশ্বিক ৰাব্বানী

গুৱাহাটী প্ৰেছ ক্লাবত মুছলিম ছাত্র-সন্থাৰ সংবাদ মেল গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাতিলৰ দাবী কৰিেছ মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মুছাৰ সভাপতি আশ্বিক

শিল্পী-সাহিত্যিকৰ উপস্থিতিত ডিজেন কাকতীৰ গীতৰ, গীতা দেৱীৰ কবিতা সংকলন উন্মোচন

প্ৰকৃত শিল্পী-সাহিত্যিকে নিজৰ ৰাজ্য-দেশৰ দুখৰ দিনত হাত সাৱটি বহি নাথাকেঃ ড° অনিমা চৌধুৰী গুৱাহাটীঃ আজি অসমৰ ভিন-ভিন প্ৰান্তৰ কবি, সাহিত্যিক, শিল্পীৰ উপস্থিতিত অন্যতম প্ৰকাশন অনুষ্ঠান ‘পৰাগজ্যোতি প্ৰকাশন’ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবৰ

কোচ ৰাজবংশী সকলৰ বিকাশৰ লক্ষ্যৰে ৰাজনৈতিক কুচ – কাৱাজ আৰম্ভঃ গুৱাহাটী প্ৰেছ ক্লাৱত সন্মিলনীৰ…

বকোঃ ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দীৰ্ঘদিনীয়া দাবীটো পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আজি সংবাদ মেল আয়োজন কৰে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত

গুৱাহাটী প্ৰেছ ক্লাবৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী গুৱাহাটীঃ শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ

কৃষকক উৎসাহিত কৰিবলৈ অহা ২১জানুৱাৰীত ৬টা শিতানত ‘অংকুৰিত অসম’ কৃষি বঁটা

প্ৰদান কৰা হ'ব অংকুৰিত অসম কৃষক ৰত্ন বঁটা গুৱাহাটীঃ প্ৰতিটো ঋতু অসমৰ খেতিপথাৰ নদন বদন হৈ থকা, অসমৰ থলুৱা কৃষ্টি সংকৃতি, বেহা বানিজ্য উন্নতিকৰণেৰে এখন স্বাবলম্বী তথা আত্ম নিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে গঠিত হৈছে 'অংকুৰিত অসম'। এখন ৰাজ্য

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ উদ্যোগত প্ৰয়াত সাংবাদিক অনিল বৰুৱা, প্ৰফুল্ল কুমাৰ…

স্মৃতিগ্ৰন্থ ‘সোঁৱৰণ’ উন্মোচন গুৱাহাটীঃ অলপতে ইহসংসাৰৰ পৰা বিদায় লোৱা তিনিগৰাকী সাংবাদিক ক্ৰমে 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ উপদেষ্টা প্ৰফুল্ল কুমাৰ দত্ত, সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মৃত্যুৰ আগমুহূৰ্তলৈকে উপদেষ্টা হিচাপে আসন

২৯ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাৰ আয়োজন

গুৱাহাটীঃ যোৱা ২০ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভাখন থূলৰ অভাৱত স্থগিত ৰাখিবলগীয়া হৈছিল। অনানুষ্ঠানিক সভাখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ ক্লাবৰ সংবিধান সংশোধনী,

গুৱাহাটী প্ৰেছ ক্লাৱত আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ তিনিগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা

সমাজ ব্যৱস্থাৰ সাংবাদিকৰ বহু ত্যাগ আছেঃ বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চৰকাৰী পঞ্জীয়নভুক্ত সাংবাদিকসকলৰ সংগঠন আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ্ ইউনিয়ন চমুকৈ 'আপকু'ৱে আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনযোৰা

গুৱাহাটী প্ৰেছ ক্লাবত মহাৰাষ্ট্ৰ ১৩জনীয়া সাংবাদিকৰ দল

গুৱাহাটীঃ প্ৰেছ ইনফৰমেচন ব্যুৰোয়ে আয়োজন কৰা মিডিয়া ট্যুৰৰ অংশ হিচাপে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত হয় মহাৰাষ্ট্ৰ ১৩জনীয়া সাংবাদিকৰ দল৷ তিনিদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা সাংবাদিকৰ দলটোৱে গুৱহাটী প্ৰেছ ক্লাব পৰিদৰ্শন কৰি প্ৰেছ

গুৱাহাটীত প্ৰেছ ক্লাৱত শিলসাকোঁ পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ সংবাদ মেল

সৰ্বহাৰা উচ্ছেদিত লোকক লৈ কৰা বিভাজনৰ ৰাজনীতি বন্ধ কৰকঃ চৰকাৰে আমাক শীঘ্ৰে পুনৰ সংস্থাপন দিয়ক গুৱাহাটীঃ শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজে আজি গুৱাহাটী প্ৰেছ ক্লাৱত শিলসাকোঁৰ উচ্ছেদিত ৰাইজক প্ৰদান কৰা আৰু ক্ষতিপূৰণ সম্পৰ্কত এখনি