ashomiyapatrika.com
Browsing Tag

gramya pradarpan jatra

কামৰূপ জিলা সাহিত্য সভাৰ গ্ৰাম্য পদাৰ্পন যাত্ৰা শুভাৰম্ভ বামুণীগাওঁত

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে অসম সাহিত্য সভাৰ নিৰ্দেশত কামৰূপ জিলা সাহিত্য সভাই শুভাৰম্ভ কৰিছে গ্ৰাম্য পদাৰ্পন যাত্ৰা। সেই উপলক্ষে আজি কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নৃপেন্দ্ৰ নাথ তালুকদাৰৰ নেতৃত্বত জিলা সাহিত্য সভাৰ