ashomiyapatrika.com
Browsing Tag

gourisagar

শিৱসাগৰত মন্ত্ৰী বিমল বৰাই নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে ছাইকেল

গৌৰীসাগৰঃ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশীকৃত আৰু আদৰ্শ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক আজি মন্ত্ৰী বিমল বৰাই শিৱসাগৰত বিনামূলীয়া ছাইকেল বিতৰণ কৰে৷ এই উপলক্ষে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত জিলা প্ৰশাসনৰ সহযোগত আৰু

গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চাৰি ‘জন আৰোগ্য সমিতি’ গঠন

গৌৰীসাগৰঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি গৌৰীসাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি অনুস্থিত এক ৰাজহুৱা সভাত সংশ্লিষ্ট স্বাস্থ্যকেন্দ্ৰৰ লগতে ইয়াৰ অধীনস্থ তিনিখন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ক্ৰমে দিখৌমুখ, চাৰিং আৰু

শিৱসাগৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ অনুষ্ঠান

মন্ত্ৰী বিমল বৰাই শুভাৰম্ভ কৰিলে ‘অৰুণোদয় ২.০’: ১০ সহস্ৰাধিক হিতাধিকাৰীৰ সমাবেশ গৌৰীসাগৰঃ মহিলাসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য বিতৰণৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ

গৌৰীসাগৰ অঞ্চলৰ খনাখোকোৰাৰ সমস্যাসমূহ সমাধান হ’বনে?

গৌৰীসাগৰঃ গৌৰীসাগৰ সমীপৰ দুলীয়া, ধনেখোৱা, খৰা'ধৰা, ৰঘুবাৰীৰ একাংশ, ন-দুলীয়া, ন-দিছিয়াল গ্ৰামাঞ্চলৰ সামৰি খনাখোকোৰা অঞ্চলৰ সৃষ্টি হৈছে। অঞ্চলটোৰ এক সুকীয়া বৈশিষ্ট্য হল বৰপেটা সত্ৰৰ প্ৰথমজনা অধিকাৰ মথুৰা দাস বুঢ়া আতাৰ পাঁচ পুৰুষৰ আগৰ চিৰাই

শংকৰদেৱ বিদ্যা মন্দিৰ, গৌৰীসাগৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধ্ৰুৱেশ্বৰ নাথৰ অভিনন্দন গ্ৰন্থ ‘নান্দনিক’…

তপস্যা নকৰাকৈ আজিৰ সমাজত বহুতে যশস্যা বিচাৰে- তুৱাৰাম- খনিকৰৰ গৌৰীসাগৰঃ শিক্ষক সেইজনেই শিক্ষক যি জনে নিদিষ্ট চিলেবাচৰ পৰা আঁতৰি আঁহি ছাত্ৰ-ছাত্ৰীক নিজৰ উদ্ভাৱনী চিন্তাৰে যুগ সাপেক্ষে আগবঢ়াই নিব পাৰে৷ আমি বহুতেই শিক্ষক হয় যদিও উদ্ভাৱন

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যবেক্ষক

গৌৰীসাগৰঃ ৬শ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদাম স্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে 'ইউনেস্ক'ৰ বিশেষ শাখা ICOMOS ৰ বিশেষজ্ঞ লিম চেন চিয়ান চৰাইদেউ মৈদামস্থলী পৰ্যবেক্ষণৰ বাবে আজি বিয়লি চৰাইদেউ মৈদামস্থলীত

২০১৪ বৰ্ষতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখালৈ উন্নীত কৰিব বিচৰা ১২৩ হাইস্কুলৰ ঘৰ দুৱাৰ, ব্যৱহাৰিক কোঠা…

গৌৰীসাগৰঃ অসমৰ ১২৩ খন হাইস্কুলক ২০১৪ বৰ্ষতে তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখালৈ উন্নীত কৰাৰ বাবে প্ৰায় ১৭ লাখৰ অধিক টকা খৰচ কৰি দুটা শ্ৰেণী কোঠাৰ লগতে এটা লেব'ৰেটৰী কোঠাৰ

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগঃ জকাইচুক পথাৰত উন্নত কৃষি প্ৰযুক্তিৰ শুভাৰম্ভ

জহা আৰু ৰঙা বাও চাউলৰ ‘সুগন্ধি’ ব্ৰেণ্ড উন্মোচন গৌৰীসাগৰঃ কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত নাবাৰ্ডৰ অৰ্থ সাহাৰ্যৰে আজি জকাইচুক ৰঙা চাউল কৃষক উৎপাদনমুখী গোটৰ অন্তৰ্গত নকটানী কালুগাঁৱত "ইফকো কৃষান কোঃ লিমিটেড" নামৰ এটা কোম্পানীৰ

শংকৰদেৱ অসমীয়া জাতিৰ হৃদপিণ্ডঃ তুৱাৰাম খনিকৰ

গৌৰীসাগৰঃ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া মানুহৰ তেজৰ ধমনিত প্ৰবাহিত । তেওঁৰ দৰ্শন ভাবাদৰ্শন এৰি অসমীয়া মানুহে একো কৰিব নোৱাৰে। নামঘৰত শংকৰদেৱ, ধৰ্মত শংকৰ, গীত-মাতত শংকৰ, ভাওনাত শংকৰ, জীৱন শৈলীত শংকৰ, শংকৰদেৱ নাই ক’ত ? সেয়েহে শংকৰদেৱক বিজ্ঞানৰ

শংকৰদেৱ জাতীয় বিদ্যালয়ত দৰিদ্ৰ আৰু দুৰ্বল শিশু সম্পৰ্কত সজাগতা সভা

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাত অৱস্থিত বলিয়াঘাট শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এ থ্ৰিএন ইট চাৰ্ভিচৰ এখন সজাগতা সভা। ২০১৯ চনত চি এছ আৰ পৃষ্ঠপোষতাত আৰম্ভ হোৱা কোম্পানীটোৱে দেশৰ প্ৰায় ২০.৭৫ কোটি দৰিদ্ৰ আৰু দুৰ্বল শিশুক ৫ বছৰ বয়সৰ