ashomiyapatrika.com
Browsing Tag

gourisagar

গৌৰীসাগৰ আৰক্ষীৰ অভিযানত আটক গৰু চোৰঃ চুৰি গৰুসহ বাহন জব্দ

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত নামদাং শিলৰ সাঁকোৰ সমীপত গৰু চুৰিৰ প্ৰচেষ্টা কৰিছিল দুটা চোৰে৷ আনকি এএছ০১ এফ কিউ ৩৬২৭নম্বৰৰ ৰেনাল্ট টাইগাৰ বিলাসী বাহনখন গৰু চুৰিৰ বাবে ব্যবহাৰ কৰিছিল৷ গৰু চুৰি কৰি থাকোতেই গৌৰীসাগৰ

চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে অৱশেষত ৰাজপথলৈ আহিল ৰূপহীমুখবাসী

ৰাষ্ট্ৰীয় ঘাই পথত কেইবা ঘন্টা ধৰি দুই শতাধিক যান বাহন আবদ্ধ গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে মুঠ ৪৪ কিল'মিটাৰ দুৰত্বৰ পথচোৱাৰ নিৰ্মাণৰ কাম কাজ দেখি সাধাৰণ ৰাইজৰ চকু কপিলত উঠিছে। কেৱল সেয়াই নহয় পথ নিৰ্মাৰ্ণত নিয়োজিত

আঞ্চলিক বৈষ্ণৱ সমাজ দিখৌমুখৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত খনাখোকোৰা হাইস্কুলৰ কৃতিত্ব

গৌৰীসাগৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে যোৱা ২২ অক্টোবৰত শান্তিপুৰ অঞ্চলৰ গটঙা নামঘৰত অনুষ্ঠিত কবিতা, চিত্রাংকণ, কুইজ প্ৰতিযোগিতাত খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিযোগিতাত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলে তিনিওটা

কোঁৱৰপুৰত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ সফল সমাপ্তি

গৌৰীসাগৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন, আদৰ্শ, ধৰ্ম, দৰ্শন আৰু সাহিত্য-সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি সমাজত গুৰুজনাই দি যোৱা শান্তি, প্ৰগতি প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি যোৱা ২৩ আৰু ২৪ অক্টোবৰত কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ

ৰাজ্যৰ শিক্ষা বিভাগত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ প্ৰকৃতাৰ্থত সঠিক প্ৰয়োগ হবনে?

গৌৰীসাগৰঃ শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে শিক্ষা বিভাগৰ উন্নয়ণৰ হকে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ চৰকাৰী পুৰণি বিদ্যালয়সমূহৰ ভৱনৰ নবীকৰণ উদ্দেশ্যে প্ৰতিখন বিদ্যালয়ৰ বাবে সাত কোটিকৈ আৰ্থিক অনুদান দিয়াৰ

শিক্ষাবিদ ললিত ভট্টাচাৰ্য্যৰ পৰলোক

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ মগলৌৰ নিবাসী অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ললিত ভট্টাচাৰ্যৰ (৭৯) আজি পুৱা ৭.৩৫ ডিব্ৰুগড়স্থিত এখন ব‍্যক্তিগত নাচিংহোমত পৰলোক প্ৰাপ্তি হয়। কালুগাওঁ উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ পৰা ২০০৬ চনত অৱসৰ গ্ৰহন কৰা

গামোচাত হাতীৰ প্ৰতীকেৰে মানৱ-হাতী সহাৱস্থানৰ বাৰ্তা উন্নত মানৰ সূতা প্ৰদানেৰে স্থানীয় শিপিনীক সহায়…

গৌৰীসাগৰঃ স্থানীয় লোকৰ আন্তৰিক সমৰ্থন অবিহনে মানুহ-বন্যপ্ৰাণীৰ সহাৱস্থানক উদগনি যোগোৱাটো সম্ভৱ নহয়৷ এই কথা সাৰোগত কৰি আৰু পূৱ অসমৰ জিলাসমূহত স্থানীয় লোকৰ সহযোগত মানৱ হাতী সহাৱস্থানক উদগনি যোগোৱাৰ বৃহত্তৰ স্বাৰ্থত অগ্ৰণী জৈৱ বৈচিত্ৰ্য

কোঁৱৰপুৰত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ আয়োজন

গৌৰীসাগৰঃ ১৯৫২ চনতে প্ৰতিষ্ঠা হোৱা দিখৌমুখ আঞ্চলিক বৈষ্ণৱ সমাজেও বিগত সময়ৰ দৰে এইবাৰো নতুন প্ৰজন্মক শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জীৱন, আদৰ্শ, ধৰ্ম, দৰ্শন আৰু সাহিত্য-সংস্কৃতিৰ সৈতে সংপৃক্ত কৰি সমাজত গুৰুজনাই দি যোৱা শান্তি, প্ৰগতি প্ৰচাৰ

শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰিলে মাইক্ৰ’ফাইনেন্সৰ ঋণী সকললৈ বকেয়া শূণ্য প্ৰমাণপত্ৰ

গৌৰীসাগৰঃ অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত আজি সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ ব’ৰ্ডিং খেল পথাৰত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ অনাদায় হৈ থকা মহিলা সকলক বকেয়া শূণ্য প্ৰমাণপত্ৰ (No dues Certificate) বিতৰণ কৰে৷ এই

পশুধনৰ চিকিৎসা শিৱিৰ সম্পন্ন

গৌৰীসাগৰঃ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহটৰ অধীনষ্ঠ ৰহদৈস্হিত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জিৱীকা অভিযান, শিৱসাগৰৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বান অধ্যুষিত দিচাংমুখ অঞ্চলত বানাক্ৰান্ত ৰাইজৰ পশুধনৰ বাবে এটা