ashomiyapatrika.com
Browsing Tag

gourisagar

আজিৰে পৰা গৌৰীসাগৰ শংকৰদেৱ বিদ্যা মন্দিৰৰ গীতে-মাতে শৰৎ অনুষ্ঠান

গৌৰীসাগৰঃ আজিৰে পৰা গৌৰীসাগৰ অঞ্চলৰো অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যামন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গীতে মাতে শৰৎ অনুষ্ঠান৷ অনুষ্ঠানটো উদ্বোধন কৰে নাজিৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰাজীৱ বৰাই৷ ভাষণ প্ৰসংগত অধ্যাপক

সামাজিক মাধ্যমত মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি দিয়া যুৱকক আটকঃ পুৱতিনিশা গৌৰীসাগৰ আৰক্ষীয়ে আটক…

গৌৰীসাগৰঃ বিগত কিছুদিন পূৰ্বে সামাজিক মাধ্যমত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকিৰে পোষ্ট দিয়া এজন যুৱকক শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ফেচবুকত আপলোদ কৰা এটা পৰ্টেলৰ বাতৰিত মন্ত্ৰী অতুল বৰাক বোমাৰে

কোঁৱৰপুৰত কৃষ্টি বিকাশ সমাজৰ উদ্যোগত শিশু সমাৰোহৰ সম্পন্ন

গৌৰীসাগৰঃ কোঁৱৰপুৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষ্টি বিকাশ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈ থকা শিশু সমাৰোহখনি আজি সামৰণি পৰে৷ কাৰ্যসূচী অনুসৰি ১৪ নৱেম্বৰৰ দিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰে

কোঁৱৰপুৰ মৌজাৰ বলিয়াঘাট উজনি গাওঁ বৰনামঘৰৰ ২০০ বছৰ বৰ্ষপুতি অনুষ্ঠানৰ আয়োজন

গৌৰীসাগৰঃ অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ ধৰ্মীয় সেৱাস্থলী ৯ খন গাঁৱৰ পূৰ্বৰ মৃত পিতৃ গুৰু সকলৰ উদ্যোগত ১৮২৩ চনতেই বলিয়াঘাট বৰনামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিল৷ সেয়েহে ৯ খন গাঁৱৰ ৰাইজৰ সহযোগত অহা ২ আৰু ৩ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কোঁৱৰপুৰ মৌজাৰ

কোঁৱৰপুৰত কৃষ্টি বিকাশ সমাজৰ উদ্যোগত শিশু সমাৰোহৰ আয়োজন

গৌৰীসাগৰঃ নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলক সামাজিক আৰু সাংস্কৃতিক, বৌদ্ধিক তথা শৈক্ষিক উত্তৰণত জড়িত কৰাৰ প্ৰয়াসেৰে অহা ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কোঁৱৰপুৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত কৃষ্টি বিকাশ সমাজৰ

জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত ‘বৌদ্ধিক সম্পত্তিৰ অধিকাৰ’ সম্পৰ্কীয় সপ্তাহযোৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ…

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন প্ৰাপ্ত গান্ধী অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অসম মহিলা বিশ্ববিদ্যালয় আৰু দিখৌমুখ মহাবিদ্যালয়ৰ সহযোগত যোৱা ২ নৱেম্বৰৰ ৮

ভাৰত স্কাউটচ এণ্ড গাইডচৰ প্ৰতিষ্ঠা দিৱস উদযাপন

গৌৰীসাগৰঃ ভাৰত স্কাউটচ এণ্ড গাইডচ শিৱসাগৰ জিলা সংস্হাৰ উদ্যোগত ৭০৫ নং জয়সাগৰ অভ্যাসন বিদ্যালয়ত প্ৰতিষ্ঠা দিবস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিবসৰ বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ মহকুমাৰ উপ-পৰিদশক প্ৰমোদ বৰুৱাই। পতাকা উত্তোলন কৰে জিলা আয়ুক্ত

জাঁজীত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনঃ চাৰিখনকৈ গ্ৰন্থ উন্মোচন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু জাঁজী শাখা কবি সন্মিলনৰ সহযোগত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন আজি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ পুৱাবেলা আদৰণি সমিতিৰ সভাপতি অনিল

শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাৰ আয়োজন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাখনি আলোক সন্ধানী মইনা পাৰিজাতৰ আতিথ্যত আৰু ভটীয়াপাৰবাসী ৰাইজৰ সহযোগত অহা ১৯ নৱেম্বৰত ভটীয়াপাৰ সামুহিক প্ৰেক্ষাগৃহত পাতিবলৈ আয়োজন কৰা হৈছে । পুৱা পতাকা উত্তোলন কৰিব

নব গঠিত বেচৰকাৰী সংগঠন স্নেহাশীষৰ উদ্যোগত হাতীঘূলি মজলীয়া বিদ্যালয়ত যোগাসন, নৃত্য, গীতৰ কৰ্মশালা

গৌৰীসাগৰঃ অলপতে গঠিত হোৱা বেচৰকাৰী অনুষ্ঠান স্নেহাশীষৰ উদ্যোগত যোৱা ২৬ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে হাতীঘূলি মজলীয়া বিদ্যালয়ত যোগাসন, নৃত্য, গীত আৰু SWOT 'এনালাইচিচ'ৰ কৰ্মশালা আয়োজন কৰে ৷ মুখ্যতঃ শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীণ বিকাশ