ashomiyapatrika.com
Browsing Tag

gourisagar

শিৱসাগৰত উলহ মালহেৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনঃ মন্ত্রী সঞ্জয় কিষাণে উত্তোলন কৰে ৰাষ্ট্রীয় পতাকা

গৌৰীসাগৰঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। জিলাৰ সদৰ শিৱসাগৰৰ ঐতিহাসিক বর্ডিং খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত বিপুল জনতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন

কোঁৱৰপুৰলৈ কঢ়িয়ালে গৌৰৱ এ পি এছ চি ৰিমনাৰু বড়াই

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চুঙীয়া গাঁৱৰ সূৰ্য কান্ত বড়া আৰু সবিতা বড়াৰ বৰ জী ৰিমনাৰু বড়াই অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত ২৬৯ সংখ্যক স্থান কৰি অসম চৰকাৰৰ সহকাৰী গাণনিক বিষয়া হিচাপে নিযুক্তি

সাংবাদিকৰ পেঞ্চনকে ধৰি সাংবাদিক কল্যাণ আঁচনি ৰূপায়নৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ আপকু শিৱসাগৰ জিলা…

গৌৰীসাগৰঃ আপকু শিৱসাগৰ জিলা সমিতিয়ে আজি সভাপতি পদুম কুমাৰ শইকীয়া, কেন্দ্রীয় প্ৰচাৰ সম্পাদক যুগল শৰ্মা, জিলা সদস্য ক্ৰমে ঋষিৰাজ ভট্টাচার্য, বিৰাজ বিনিত ভট্টাচার্য, অভিযান দত্তৰ সহযোগত শিৱসাগৰ জিলা সদৰ মহকুমাধিপতি পৰিক্ষীত ফুকনৰ জৰিয়তে অসমৰ

শিৱসাগৰ জিলাত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভাঃ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’ব…

গৌৰীসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৬ জানুৱাৰী তাৰিখে জিলাখনত দেশৰ ৭৫ তম গণৰাজ্য দিৱস উলহ- মালহেৰে তথা বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে আজি জিলা আয়ুক্ত আদিত্য

শিৱসাগৰ নিৰ্বাচনী জিলাত খচৰা ভোটাৰ তালিকা প্ৰকাশ

গৌৰীসাগৰঃ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত আজি শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়া আদিত্য বিক্ৰম য়াদৱৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সৰ্বদলীয় সভাত শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত নৱগঠিত ৯৫ নং ডিমৌ আৰু ৯৬ নম্বৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ

শিৱসাগৰত বিশেষভাৱে সক্ষম ব্যক্তিক বিভিন্ন সা-সঁজুলি প্ৰদানৰ বাবে পঞ্জীয়ণ কাৰ্যসূচী

গৌৰীসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত বিশেষভাৱে সক্ষম ব্যক্তিক বিভিন্ন সা-সঁজুলি প্ৰদানৰ বাবে পঞ্জীয়ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ এই পঞ্জীয়ন কাৰ্যসূচী ৪ আৰু ৫ ডিচেম্বৰত নাজিৰা শিশু উন্নয়ণ প্ৰকল্পৰ অন্তৰ্গত

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বলীয়াঘাটত উচ্চ গেছ পৰিবাহী পাইপত বিস্ফোৰণঃ তিনিগৰাকীকৈ মহিলা আহত,…

গৌৰীসাগৰঃ অ এন জি ছিৰ বলীয়াঘাট জি জি এছ ১ৰ মঠাদাং জি ছি পিলৈ এডাল উচ্চ গেছ পৰিবাহী পাইপত আজি বিয়লি বিস্ফোৰণ ঘটে।বিস্ফোৰণত স্থানীয় ৰাইজ আতংকিত হৈ পৰাৰ উপৰি তিনিগৰাকীকৈ মহিলা আহত হয়। উক্ত উচ্চ গেছ পৰিবাহী পাইপডাল জি জি এছ ১ নংৰ পৰা

ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণঃ ১৪৮২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আজি ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশৰো অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰৰ লগতে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলক ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়৷ এই

শিৱসাগৰত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আঁচনিৰ বিশেষ পঞ্জীয়ন অভিযান

গৌৰীসাগৰঃ সমগ্ৰ শিৱসাগৰ জিলাত আজিৰ পৰা ৰূপায়ন হৈছে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আঁচনিৰ বিশেষ পঞ্জীয়ন অভিযান৷ আজি শিৱসাগৰ জিলাৰ ৬ টা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত সকলো অংগনবাড়ী কৰ্মী, মুখ্যসেৱিকা,

আলোক সন্ধানীঃ মইনা পাৰিজাতৰ আতিথ্যত শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট…

গৌৰীসাগৰঃ শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাখনি আলোক সন্ধানী মইনা পাৰিজাতৰ আতিথ্যত আৰু ভটীয়াপাৰবাসী ৰাইজৰ সহযোগত আজি ভটীয়াপাৰ সামূহিক প্ৰেক্ষাগৃহত সপন্ন হৈ যায়। পুৱা পতাকা উত্তোলন কৰে আলোক সন্ধানী মইনা