ashomiyapatrika.com
Browsing Tag

gourisagar

২৫জুলাইৰ পৰা দুদিনীয়া বণাৰ্ঢ্য কায্যসূচীৰে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ হীৰক জয়ন্ত সমাৰোহৰ…

গৌৰীসাগৰঃ ১৯৬৪ চনৰ ২৫ জুলাইত প্ৰতিষ্ঠা কৰা জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়খনে সগৌৰৱে ৬০টা বৰ্ষত ভৰি দিলে। বিশিষ্ট শিক্ষাবিদ, বৰেণ্য ব্যক্তি হেমনাথ শর্মাৰ নামত প্রতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ একমাত্ৰ উচচ শিক্ষানুষ্ঠানখনে এই

শিমলুগুৰিত শিশু সমাৰোহ সম্পন্ন

গৌৰীসাগৰঃ যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত ভগামুখ অংকুৰ মইনা পাৰিজাতৰ এদিনীয়া কায্যসূচীৰে শিশু সমাৰোহ সম্পন্ন হৈ যায়। ভগামুখৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিশু সমাৰোহত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা হয়।

ভাৰত চৰকৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ শিৱসাগৰ ভ্ৰমণ

গৌৰীসাগৰঃ আজি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱাল ওৰামে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেখেতে পুৱা শিৱদৌল দৰ্শন কৰি পোনপ্ৰথমে জনজাতীয় গাঁও বাৰেকুৰি চাপৰি, লাচন গাঁও, কাটিয়াৰি আৰু বাম ৰজাবাৰী পৰিভ্ৰমণ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ

ভাৰতীয় বিজ্ঞানীৰ দলত অসম সন্তান পিংগল প্ৰত্যুষ

কোৱান্টাম এনক্ৰিপছন ব্যৱহাৰেৰে ৰেণ্ডম সংখ্যাৰ সৃষ্টি কৰি তথ্য সুৰক্ষাৰ এক নতুন পদ্ধতি উদ্ভাৱন ভাৰতীয় বিজ্ঞানীৰ গৌৰীসাগৰঃ আজিৰ ডিজিটেল পৃথিৱীত তথ্য সুৰক্ষা সকলোৰে বাবে এক প্ৰধান সমস্যা ৷ তেনে এক সন্ধিক্ষণত তথ্য সুৰক্ষাৰ গৱেষণাত ভাৰতীয়

দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উঃমাঃ বিদ্যালয়ৰ ৪গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা, শৈক্ষিক…

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ চাৰিং দুল্লৰ্ভ চন্দ্ৰ গগৈ জকাইচুক উচচতৰ মাধ্যমিক বিদ্যালয়ত আজি এখনি বিদায় সম্বৰ্ধনা আৰু শৈক্ষিক ন্যাস বিতৰণ কৰা হয়৷ সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চিৰঞ্জীৱ গগৈয়ে৷ বিদ্যালয়ৰ জেষ্ঠ

দিখৌমুখত গড়ৰ মুক্ত বিচৰণঃ কথমপি প্ৰাণ ৰক্ষা দুই সাংবাদিক আৰু এজন বনৰক্ষীৰ

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তৰ দিখৌমুখ আৰু ৰূপহীমুখৰ সমীপৰ গড়ছিগা পথাৰত বিগত প্ৰায় এমাহৰ পৰা এটা প্ৰাপ্তবয়স্ক গড়ে বিচৰণ কৰা ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে আজি পুৱা গড়টো দেওঘৰীয়া আৰু জনমিৰি বৰগাঁৱৰ পথাৰত

খনাখোকোৰাত অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ- দিখৌমুখ শাখা আৰু খনাখোকোৰা হাইস্কুলৰ ই’ক ক্লাবৰ…

গৌৰীসাগৰঃ অসম বিজ্ঞান সমিতিৰ নৱগঠিত শাখা গৌৰীসাগৰ-দিখৌমুখ আৰু খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ই'ক ক্লাবৰ উদ্যোগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুখ্য কাৰ্যালয় খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই

ছাত্ৰ সমাজৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ সফল সামৰণি

গৌৰীসাগৰঃ অসম উদয়াদিত্যৰ উপদেষ্টা অনন্ত কুমাৰ ভুঞাৰ ব্যতিক্ৰমী চিন্তাৰে অসম উদয়াদিত্য গোষ্ঠীৰ উদ্যোগত জনসেৱা বঁটাৰে বিভূষিত শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী ৰমা গগৈ আৰু বিশিষ্ট লেখক তথা আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদৰ সহযোগত ভাৰ্চুৱেলী

শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

গৌৰীসাগৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিটিৰ অন্তৰ্গত শিৱসাগৰ জিলা সমিটিৰ আজি দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত দ্বি বাৰ্ষিক অধিবেশন খনিৰ সফল সামৰণি পৰে। দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত অধিবেশনখনিৰ পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা

শিৱসাগৰ জিলাৰ লেখিকা সমাৰোহৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন আয়োজন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অহা ২৩ মার্চ দিনা দিখৌমুখ মহাবিদ্যালয়ত দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ লেখিকা সমিতিৰ অধিৱেশন আয়োজন কৰা হৈছে। পুৱা ৮.৩০ বজাৰ পৰা