শিলসাকোৰ উচ্ছেদিতক ক্ষতিপূৰণ দিয়া হবঃ জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা
গুৱাহাটীঃ গুৱাাটীৰ বাসীক কৃত্ৰিম বানমুক্ত কৰা বাবে এই আঁচনি অতিকৈ জৰুৰী। সেই বাবে শিলসাকোৰ অবৈধ এই ভূমি বেদখল মুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াত প্রায় সোতৰ টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে সেইখিনিক লৈয়ো এই প্ৰজেক্ট হাতত লোৱা হৈছে।!-->…