বকোৰ বনাঞ্চলিক এলেকাত হাতী-মানুহৰ সংঘাট দুৰ কৰিবলৈ সজাগতা অনাৰ ঘোষণা
বকোঃ জনমুৰি আয় বঢ়াৰ বাবে জন বসতি বৃদ্ধি হোৱাত বনাঞ্চল সংকুচিত হৈ পৰিছে। সেয়ে বনাঞ্চলৰ জীৱ কুলৰ লগত প্ৰায়েই সংঘাট সৃষ্টি হয় মানুহৰ। জীৱ কুলৰ বনৰীয়া হাতী আৰু মানুহৰ প্ৰায়েই সৃষ্টি হয় সংঘাট। এই সংঘাটৰ পৰিণতিত দক্ষিণ কামৰূপ জিলাৰ ভিন্ন!-->…