১৯ এপ্ৰিলৰ পুৱাৰে পৰা ১ জুনৰ সন্ধিয়ালৈ এক্সিট প’ল প্ৰচাৰত নিষেধাজ্ঞা
গুৱাহাটীঃ স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰি দেশত গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগে এক্সিট প’লৰ প্ৰচাৰত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ এক অধিসূচনা অনুসৰি নিৰ্বাচন অনুষ্ঠিত!-->…