মুখ্যমন্ত্ৰীয়ে দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ শক্তি বিভাগক অনুকৰণ কৰা উচিতঃ ডাঃ ভবেন চৌধুৰী
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শক্তি বিভাগটো প্রায় শক্তিহীন হৈ পৰিছেঃ আপ
গুৱাহাটীঃ ২৪ ঘন্টাই বিদ্যুতৰ যোগান নিয়মীয়া কৰিম বুলি নিৰ্বাচনী প্রতিশ্রুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত সঘনাই লোডশ্বেডিঙৰ সমস্যাত বর্তমান…