নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা প্ৰকাশঃ জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা
গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে আজি অসমৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা প্ৰকাশ প্ৰকাশ কৰিছে৷ অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ ধাৰা ৮-(ক)ত উল্লেখ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷ নিৰ্বাচন আয়োগে এই!-->…