ashomiyapatrika.com
Browsing Tag

ED office

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ ইডি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ

গুৱাহাটীঃ প্ৰৱৰ্তন নিৰ্দেশালয় বা এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী মহানগৰীতো কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি