ৰাজ্যত চলি থকা চালক সন্থাৰ আন্দোলন আৰু কৰ্মবিৰতিক সমৰ্থন অসম তৃণমূল কংগ্ৰেছৰ
গুৱাহাটীঃ ভাৰত চৰকাৰে গ্ৰহণ কৰা হিট এণ্ড ৰাণ আইনে সমগ্ৰ দেশজুৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সম্পূৰ্ণ একপক্ষীয় ভাৱে জাপি দিয়া এই আইনে ন্যায় শব্দটোৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই আইনৰ বিৰুদ্ধে দেশব্যাপী প্ৰতিবাদী!-->…