ashomiyapatrika.com
Browsing Tag

dr. himanta biswa sarma

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণীয়া সেতু

গুৱাহাটীঃ মহানগৰবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা মালিগাঁৱৰ নৱনিৰ্মিত নীলাচল উৰণীয়া সেতুখন আজি সন্ধিয়া ৰাইজৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ যান যটৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে

লোকসভা নির্বাচনলৈ সাজু বিজেপি অসম প্রদেশঃ ‘শংখনাদ’ কার্যক্ৰমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টিয়ে অসমত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। ইতিমধ্যে ভোটাৰ তালিকাৰ সংশোধনীৰ কাম নির্বাচন আয়োগে আৰম্ভ কৰাৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পার্টিয়ে অসমত ভোটাৰ চেতনা অভিযান

ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তাই শ্ৰৱন কৰিলে ‘মন কী বাত’ অনুষ্ঠানঃ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত…

গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে আজি অসমতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ' অনুষ্ঠান ‘মন কী বাত’ শ্ৰৱণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত থাকি

যোৰহাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাঃ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া…

গুৱাহাটীঃ বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে'লৱে উৰণীয়া সেতুখন বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সেতুখন উদ্ধোধন কৰি এই উৰণীয়া সেতুখনৰ জৰিয়তে যোৰহাটৰ

চাকৰি নিয়মীয়াকৰণৰ ঘোষণাই আশাৰ সঞ্চাৰ কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ

মুখ্যমন্ত্ৰীৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ঘোষণাত কৃতজ্ঞতা প্ৰকাশ শিক্ষক সমাজৰ গুৱাহাটীঃ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত কালি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ৰাজ্যৰ সৰ্বশিক্ষা

অমৃত বৃক্ষ আন্দোলনৰ ৱেব পৰ্টেল, ম’বাইল এপ’, থীম চং আৰু কাঠ ভিত্তিক উদ্যোগৰ পঞ্জীয়নৰ ৱেব…

১ কোটি বাণিজ্যিক মূল্য থকা গছপুলি ৰোপণৰ অসমৰ গ্ৰাম্য অৰ্থনীতি সৱল ৰূপত গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছে গুৱাহাটীঃ অসমৰ সেউজ আৱৰণ প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰৰ এক বৃহৎ পদক্ষেপ অমৃত বৃক্ষ আন্দোলনৰ ৱেব' পৰ্টেল, ম’বাইল এপ, থীম চং আৰু

অসম বিধান সভাৰ নতুন ভৱন উদ্ধোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

গুৱাহাটীঃ ৰাজধানী দিছপুৰত নতুনকৈ অত্যাধুনিক প্ৰদ্ধতিৰে নিৰ্মাণ কৰি উলিওৱা অসম বিধান সভাৰ নতুন ভৱনটো আজি উদ্ধোধন কৰা হয়৷ ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সন্মানীয় লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷ ভৱনটো উদ্ধোধন কৰি লোকসভাৰ অধ্যক্ষ গৰাকীয়ে নতুন

বঙাইগাঁৱত আৰক্ষী অধীক্ষকৰ চতুৰ্থ সন্মিলনৰ সামৰণিঃ সংবাদ মেলত মুখ্যমন্ত্ৰীৰ ঘোষণা পূৰ্বতকৈ কমিছে…

ৰাজ্যৰ ২৫০ খন আৰক্ষী চকী- পহৰা চকীক উন্নীত কৰা হ'ব থানালৈঃ পৰৱৰ্তী আৰক্ষী অধীক্ষক সন্মিলন হ'ব যোৰহাটতঃ ছেপ্টেম্বৰৰ পৰা পুনৰ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযানঃ জিলাই জিলাই হ'ব আৰক্ষী মডেল স্কুল - আৰক্ষীৰ বাবে কেণ্টিন বঙাইগাঁওঃ অসমত

তিনিদিনীয়া ভ্ৰমণ সুচীলৈ বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাঃ বিকাশ উৎসৱত অংশলৈ…

পাঁচশ পছপন্ন কৌটি টকীয়া কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপনঃ আগন্তুক বিধান সভা অধিৱেশনত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ'বঃ মুখ্যমন্ত্ৰী বঙাইগাওঃ বঙাইগাঁও জিলাত বিভিন্ন উন্নয়নমূলক আঁচনিৰ শিলান্যাস আৰু লোকাৰ্পণ কাৰ্যসুচীক

ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ বিশেষ নিদেৰ্শনা মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ এইসমূহ নিৰ্দেশনা এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ সভাৰ ক্ষেত্রত মানিব লাগিব৷ মূখ্যমন্ত্ৰী শৰ্মাই ৬টাকৈ নিয়মেৰে এক বিশেষ