ashomiyapatrika.com
Browsing Tag

dr. himanta biswa sarma

উন্নয়ণ আৰু বিকাশৰ বাবে শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিজুলী কলিতা মেধিক ভোট দিয়কঃ…

বকোঃ দেশত চলি থকা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যয়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি বকোত উপস্থিত হয় ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্ৰৱাহিত হয়, কোনেও কল্পনা নকৰা কাম আজি অসমত সম্ভব…

অহা মাহৰ পৰা শিৱসাগৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গৌৰীসাগৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য-কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ ভূমি পূজন

গুৱাহাটী মহানগৰ জিলাৰ বুথ সভাপতি আৰু শক্তিকেন্দ্ৰ প্ৰমুখ সকলৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ১০২৩ জন বুথ সভাপতি আৰু

মহানগৰীৰ অটল উদ্যানত বাজপেয়ীৰ প্ৰতিমূর্তি নিৰ্মাণৰ আধাৰশিলা মুকলি

ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত জিলা-মণ্ডল-বুথত 'সু-শাসন দিৱস' উদযাপনঃ মণ্ডলৰ উদ্যোগত ৰোগী সকলৰ মাজত ফলমূল বিতৰণ গুৱাহাটীঃ আধুনিক ভাৰতৰ নির্মাতা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী সমগ্র বিশ্বৰে জনপ্রিয় ব্যক্তি সকলৰ ভিতৰত অন্যতম আছিল। ভাৰতীয় জনতা

এপিএছচি কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ জিতুল ডেকা

বাঘৰ দৰে জপিওৱাৰ পৰিবৰ্তে মানৱীয়তাকহে ঢাল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীঃ দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া এপিএছচিত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ

অসম সচিবালয়ৰ নৱনিৰ্মিত ‘লোক সেৱা ভৱন’ উদ্ধোধন মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসম সচিবালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা এটি আটকধুনীয়া ভৱন আজি উদ্ধোধন কৰা হয়৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ৰ নৱনিৰ্মিত লোক সেৱা ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জানিব

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সেৱা ললে আজাৰাৰ ৭ খন দুৰ্গা পূজাত

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া আজাৰা ৰাজহ চক্ৰ এলেকাৰ ৭ খনকৈ দুৰ্গা পূজাস্থলীত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিখন পূজাস্থলীত উপস্থিত হৈ পৰিচালনা সমিতি সমূহৰ লগত চমু আলোচনাত মিলিত

কম সময়ৰ ভিতৰতেই সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক শিক্ষকক নিয়মীয়াকৰণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ ১৯৯১- ২০০১চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত দৰমহা পোৱা ২৪০০ শিক্ষকৰ চাকৰি আজিকোপতি নিয়মীয়াকৰণ নহ’ল৷ চৰকাৰী বিষয়াৰ ভুলৰ বাবেই ২৪০০ শিক্ষক নিয়মীয়াকৰণৰ পৰা আজিও বাদ পৰি ৰ’ল৷ যোৱা ২০২১ ৰ ৩১ জানুৱাৰীত ৪৫১ৰ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে

গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভা

গুৱাহাটীঃ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভাখনি দেওবাৰে সফলতাৰে সম্পন্ন হৈ যায়। দেওবাৰে পুৱা ১০ বজাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ প্ৰদৰ্শনী উন্মোচন

ন্যায় ব্যৱস্থাত দোষী সাব্যস্তকৰণৰ ক্ষেত্ৰত ফৰেনছিক প্রমাণ আটাইতকৈ গুৰুত্বপূর্ণ উপাদানঃ মুখ্যমন্ত্রী

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ প্ৰথম পৰ্যায়ৰ ভ্রাম্যমান ফৰেনছিক বাহনৰ ফ্লেগ অফ মুখ্যমন্ত্রী ড° শৰ্মাৰ গুৱাহাটীঃ ৰাজ্যৰ আইন শৃংখলাৰক্ষী সংস্থাসমূহৰ তদন্তমূলক সামৰ্থ বৃদ্ধিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপ হিচাপে আজি