ashomiyapatrika.com
Browsing Tag

District commissioner

২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই

গুৱাহাটীঃ ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে পৰৱৰ্তী ২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰৰ ৰাইজৰ অভিযোগ গ্ৰহণ কৰিব৷ সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্তগৰাকী

মৰিগাঁৱত তৃণমূল পৰ্যায়ত জল জীৱন অভিযানৰ সৈতে জড়িত ২৭ গৰাকী কৰ্মী, গোট আৰু অনুষ্ঠানক জিলা জল সেৱা…

জলমিত্ৰসকল দেশৰ একোগৰাকী সেনানীঃ দেৱাশীষ শৰ্মা মৈৰাবাৰীঃ মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত আজি জল জীৱন অভিযান ৰূপায়ণত তৃণমূল পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা জলমিত্ৰ আৰু অন্যান্যসকলক জিলা জল সেৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে৷ ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান৷

শিলসাঁকোত উচ্ছেদিতলৈ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

গুৱাহাটীঃ শিলসাঁকো বিলত উচ্ছেদিতৰ বাবে আজি কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ পৰা প্ৰথম পৰ্যায়ত মুঠ ৭৫ লাখ টকাৰ এককালিন সাহাৰ্যত আবন্টন দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷