ডিগবৈত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্বাচনী সমাবেশঃ অসম চৰকাৰে ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰিছে
চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধিৰ সংকল্পঃ অসমতো দিল্লী, পঞ্জাবৰ দৰে চৰকাৰী স্কুল, মহল্লা ক্লিনিকৰ পোষকতা
গুৱাহাটীঃ ‘অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।!-->!-->!-->…