ashomiyapatrika.com
Browsing Tag

dhing

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে ধিং মহাবিদ্যালয়ৰ ক্ৰীড়া সমাৰোহৰ সামৰণি

ধিংঃ উত্তৰ-পশ্চিম নগাঁৱৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ৰ চাৰিদিনীয়া বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে৷ আজি পুৱা মহাবিদ্যালয়ৰ ষোল্লটা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ জাতীয় জীৱনক সংপৃক্ত কৰা বিভিন্ন লোক সংস্কৃতিৰ পৰা

ধিং মহাবিদ্যালয়ত সাত দিনীয়া কাৰ্যসূচীৰে শৈক্ষিক উন্নয়নৰ কাৰ্যক্ৰমত বিজ্ঞানী, চিকিৎসক, আইনবিদ,…

ধিংঃ নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ ডিবিটি ষ্টাৰ কলেজৰ সৌজন্যত ৰসায়ন বিজ্ঞান বিভাগ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত সাত দিনীয়া কাৰ্যসূচীৰে শৈক্ষিক উন্নয়নৰ কাৰ্যক্ৰম চলি আছে। মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ সভাগৃহত যোৱা ১৬ ডিচেম্বৰত

টুকটুকীত ড্রাগছ সহ এজন যুৱকক আটক

ধিংঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অধিনস্থ আহোম গাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত আজি টুকটুকীত ড্ৰাগছ সহ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণুজ পেগু আৰু বাবুল বৰাৰ নেতৃত্বত এক

ধূপগুৰিত ড্ৰাগছৰ নিবাৰণৰ ওপৰত বিশাল সজাগতা সভা সম্পন্ন

ধিংঃ নগাওঁ জিলাৰ ধিঙৰ ধূপগুৰিত আজি প্ৰগতিশীল যুৱ মঞ্চ আৰু নগাওঁ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত, ধূপগুৰি আঞ্চলিক যুৱ সমাজৰ সহযোগত ফকৰ উদ্দিন আলী আহমেদ হাই স্কুল খেল পথাৰত ড্ৰাগছ, মদ, ভাং, জুৱা আৰু বাল্য বিবাহ আদি নিবাৰণৰ ওপৰত এক বিশাল সজাগতা

ভিত্তিহীন প্ৰচাৰ কাৰ্যত বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ আই,ই,আৰ,পিৰ প্ৰতিক্ৰিয়া

ধিংঃ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ আন্তঃগাঁথনি উন্নয়ন, বিভিন্ন খেলা সামগ্ৰী, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মকে ধৰি বিদ্যালয়ৰ উন্নিত সাধনৰ উদ্দেশ্যে ৰাজ্যৰ শিক্ষা বিভাগে আবণ্টন দিয়ে ধন৷ বিভাগীয় উদ্ধতম বিষয়াৰ নীতি নিৰ্দেশনা অনুসৰি উক্ত আবণ্টিত ধন

ধিং শান্তিবন শ্মশানৰ পৰিৱেশ নিকাকৰণঃ শিল্পীৰ ৰং-তুলিকাত জিলিকিছে মহাদেৱৰ ছবি

ধিংঃ নগাওঁ জিলাৰ বৃহত্তৰ ধিং অঞ্চলৰ অতিকৈ পুৰণি শান্তিবন শ্মশানৰ পৰিৱেশ নিকাকৰণৰ উদ্যোগ লৈছে ধিঙৰ এচাম যুৱ প্ৰজন্মই৷ সম্প্ৰতি সমাজজীৱনত নিচাযুক্ত দ্ৰব্যৰ আগ্ৰাসনত যুৱসমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হোৱা বুলি সততে উঠা অভিযোগৰ বিপৰীতে ধিঙৰ

ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ নাথক বিদায় সম্বৰ্ধনা

ধিংঃ নগাওঁ জিলাৰ ধিং কে, বি, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ কুমাৰ নাথে কৰ্ম জীৱনৰ পৰা অৱসৰ লোৱা উপলক্ষে আজি উল্লিখিত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনট বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয় খনৰ অধ্যক্ষ আবুল কালামৰ সভাপতিত্বত

নতুন পেঞ্চন আঁচনি বাতিল কৰাৰ দাবীত ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ আজিও কৰ্মবিৰতি আৰু…

ধিংঃ অসম কলেজ শিক্ষক সন্থাৰ আহ্বান অনুসৰি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটে আজিও কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই প্ৰতিবাদী কাৰ্য্যসূচীত নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেঞ্চন আঁচনিক বাহাল ৰখা, শিক্ষক

ধিং মহাবিদ্যালয়ত এন পি এচ আচঁনি বাতিলৰ দাবীত কৰ্ম বিৰতি

ধিংঃ অসম শিক্ষক সন্হাৰ আহবান ক্ৰমে আজি ধিং মহাবিদ্যালয়ৰ শিক্ষক গোটেও মহাবিদ্যালয়ৰ প্ৰাংগণত আজি আৰু অহা কালিলৈ দুদিনীয়া কাৰ্যসূচীৰে এন, পি, এচ, আচঁনি বাতিলৰ দাবীত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।প্ৰতিবাদী সভাত নতুন পেঞ্চন আচঁনি বাতিল কৰি পুৰণি

অসম চৰকাৰৰ বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ সাজ-পোছাক পৰিধান নিদেৰ্শনাক ধিং মহাবিদ্যালয়ত…

ধিংঃ শেহতীয়াকৈ অসম চৰকাৰ ফালৰ পৰা বতমান বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক পৰিধান ক্ষেত্ৰত যি নীতি নিয়ম তথা নিদেৰ্শনাৱলী প্ৰদান কৰিছে এই নিদৰ্শনাৱলীক নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলে আদৰণি জনোৱা