উন্নয়নৰ বতৰা লৈ ৩ফেব্ৰুৱাৰীত দুদিনৰ বাবে অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
গুৱাহাটীঃ প্রধানমন্ত্রী নবেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পিছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সর্বাংগীন উন্নয়ৰ হোৱাৰ লগতে অঞ্চলটোৱে ৰাষ্ট্রীয় পর্যায়তো যথেষ্ট গুৰুত্ব লাভ কৰিছে। বিজেপিৰ নেতৃত্বত এন ডি এ চৰকাৰখন গঠন হোৱাৰ!-->…