দিল্লী প্ৰেছ ক্লাৱত ১১ বিৰোধী দলৰ সংবাদমেলঃ সমষ্টি পুনৰ নিৰ্ধাৰনৰ খচৰা মানি নোলোৱাৰ হুংকাৰ
ডিলিমিটেচন বিৰোধী আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব সন্মিলিত বিৰোধীয়েঃ ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমান্তৰালভাৱে চলিব, নিৰ্বাচন আয়োগৰ ওপৰতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ
নতুন দিল্লীঃ অসমৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ বিৰিদ্ধে চলা আন্দোলনক!-->!-->!-->…