বকো উন্নয়ণ খণ্ডৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ
বকোঃ ৰাজ্যত শাসনাধীন বি জে পি চৰকাৰৰ দূৰ্ণীতি মুক্ত শ্লোগান ধোঁৱাচাঙত তুলিছে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। ইফালে চৰকাৰী ভাষা মতে - উৎকোচ লোৱা আৰু দিয়া অপৰাধ যদিও এচাম চৰকাৰী কৰ্মচাৰীৰ বাবে উৎকোচ লোৱাটো সংবিধান প্ৰদত্ত বিধিত পৰিণত হৈছে।!-->…