ashomiyapatrika.com
Browsing Tag

CPI(ML)

দীপাংকৰ গগৈৰ মৃত্যুৰ বাবে দায়ী আৰক্ষী বিষয়াক শাস্তি দিয়কঃ চিপিআই(এম-এল)

গুৱাহাটীঃ ২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ যোৱা কালি প্ৰকাশ পোৱা এন আই এৰ অভিযোগনামাত আৰক্ষীৰ ডায়েৰীত অন্যতম মুল অভিযুক্ত হিচাপে চিহ্নিত আৰক্ষীৰ নিৰ্যাতনত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা দীপাংকৰ গগৈৰ নাম উল্লেখ

শিক্ষা-সেতু শিক্ষক সমাজৰ বাবে অপমানজনকঃ চিপিআই (এম-এল)

গুৱাহাটীঃ চিপিআই (এম-এল) ৰ অসম ৰাজ্যিক সমিতিয়ে সমাজৰ শিক্ষিত অংশৰ প্ৰতিনিধি শিক্ষক সমাজক মুখ্যমন্ত্ৰীয়ে সামন্তপ্ৰভুৰ দৰে দীৰ্ঘ সময় ধৰি অপমান কৰি অহা কাৰ্যক ধিক্কাৰ জনাইছে। শেহতীয়াকৈ শিক্ষানুষ্ঠান সমূহত শিক্ষা সেতু এপচ ব্যৱহাৰ কৰাৰ ফলত

গাজা-পেলেষ্টাইনত যুদ্ধ বিৰতিৰ দাবীঃ গুৱাহাটীৰ পানীখাইতিত পেলেষ্টাইন সংহতি দিৱস পালন

গুৱাহাটীঃ চিপিআই (এম-এল)য়ে আজি দেশজুৰি জনোৱা পেলেষ্টাইন সংহতি দিৱসৰ অংশ হিচাপে চিপিআই (এম-এল)ৰ গুৱাহাটী মহানগৰীৰ পানীখাইতি সমিতিৰ উদ্যোগত পানীখাইতি বিহু মঞ্চ পথাৰত সংহতি দিৱস পালন কৰে। দিৱসত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে

সোৱণশিৰি বৃহৎ নদী বান্ধে সৃষ্টি কৰা প্ৰলয়ৰ প্ৰতিবাদ চিপিআই (এম-এল)ৰ

গুৱাহাটীঃ ভূমিস্খলনৰ ফলত পাহাৰ খহি নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ ডাইভাৰ্ছন টানেল বন্ধ হোৱাৰ ফলত সোৱণশিৰি নদী মুহূৰ্ত্তৰ ভিতৰতে শুকাই যোৱা ঘটনাত চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াক এন এইচ পি চিৰ কৰ্প'ৰেট

চৰকাৰ ব্যৰ্থঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী চিপিআই (এম-এল)ৰ

গুৱাহাটীঃ চিপিআই (এম-এল) অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে চৰকাৰ চলোৱাত সম্পূৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ তৎকালীন পদত্যাগ দাবী কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিজেই অসমৰ প্ৰধান বিপদ হৈ পৰিছে।