ashomiyapatrika.com
Browsing Tag

Conference

দ্বিতীয় বাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে সভাপতিৰ পদত অখিল চন্দ্ৰ নাথ, পঞ্চম বাৰৰ বাবে বিনা…

হাইলাকান্দিঃ হাইলাকান্দি চহৰৰ বক্ষত অৱস্থিত ৰবীন্দ্ৰ ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ অন্তিম দিনত পুৱা নবজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিনিধি আৰু বিষয় নিৰ্বাচনী সভাৰ শেষ বৈঠক

আলাপ আলোচনাৰ মাজেৰে শিক্ষকৰ সকলো সমস্যা অনাগত দিনত সমাধান কৰা হ’বঃ শিক্ষামন্ত্ৰী

গুৱাহাটীঃ শৈক্ষিক সাংস্কৃতিক, সাংগঠনিক শোভাযাত্ৰাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ তৃতীয় দিনাৰ কাৰ্যসূচী সমূহৰ শুভাৰম্ভ হয়। হাইলাকান্দি চহৰ মাজেৰে চলা বৰ্ণিল শোভাযাত্ৰাই সম্প্ৰীতিৰ বাৰ্তা বিয়পাই

হাইলাকান্দিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয় ৪৪সংখ্যক অধিৱেশন আৰম্ভ

বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ বাৰ্তা বিলাই ৫২ মহকুমাৰ সহস্ৰাধিক শিক্ষক প্ৰতিনিধিৰ উপস্থিতিত উছৱমুখৰ পৰিৱেশ গুৱাহাটীঃ কালিৰে পৰা বৰাক উপত্যকাৰ হাইলাকান্দি চহৰত আৰম্ভ হৈছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষীয়

বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভাৰ অতিথি – নীলকান্ত গয়াৰী

বকোঃ কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ বিস্তৃত কাৰ্য্যক্ৰমণিকা আজিৰ পৰা শুভাৰম্ভ হৈছে। উল্লেখ্য যে ওখাফৌৰ শাখা বড়ো জাতীয় পৰিষদৰ অভ্যৰ্থনাত ৪০ সংখ্যক বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ অধিবেশন, ২৭ সংখ্যক বকো

শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

গৌৰীসাগৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিটিৰ অন্তৰ্গত শিৱসাগৰ জিলা সমিটিৰ আজি দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত দ্বি বাৰ্ষিক অধিবেশন খনিৰ সফল সামৰণি পৰে। দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত অধিবেশনখনিৰ পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা

শিৱসাগৰ জিলাৰ লেখিকা সমাৰোহৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন আয়োজন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অহা ২৩ মার্চ দিনা দিখৌমুখ মহাবিদ্যালয়ত দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ লেখিকা সমিতিৰ অধিৱেশন আয়োজন কৰা হৈছে। পুৱা ৮.৩০ বজাৰ পৰা

কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ দশম ত্ৰি- বাৰ্ষিক লাম্পী অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভা

বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অন্যতম জাতি গোৰ্খা সকলোৰ স্বাভিমান সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰখা জাতীয় সংগঠন গোৰ্খা কল্যাণ সমিতিৰ কামৰূপ জিলাৰ অধিবেশন অনুষ্ঠিত হৈছে। গোৰ্খা সকলোৰ সামগ্ৰীক উত্তোৰণৰ লক্ষ্যৰে কাম কৰি আহা সংগঠন

জাঁজীত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনঃ চাৰিখনকৈ গ্ৰন্থ উন্মোচন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু জাঁজী শাখা কবি সন্মিলনৰ সহযোগত শিৱসাগৰ জিলা কবি সন্মিলনৰ দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন আজি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ পুৱাবেলা আদৰণি সমিতিৰ সভাপতি অনিল