কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰঃ একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাছত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহব
অদক্ষ শিক্ষামন্ত্রীয়ে পদত্যাগ কৰক
গুৱাহাটীঃ ৰাজ্যত শীঘ্ৰে বন্ধ কৰি দিয়া হব ৭৯ খন চৰকাৰী মহাবিদ্যালয়৷ সেই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰগোঁহাই, ৰাতুল হুচেইন,!-->!-->!-->…