চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে পাৰ হ’বলৈ দিয়া নহ’ব নির্বাচনী…
গুৱাহাটীঃ চুতীয়া সকলোকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ লোকে দীর্ঘ দিন ধৰি জনজাতিকৰণ দাবীত আন্দোলন কৰি অহা পাছতো কেন্দ্ৰীয় মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰি সংসদৰ অধিৱেশনত জনজাতিকৰণ বিধেয়ক উত্থাপন নকৰাটো চৰম দূর্ভাগ্যজনকে নহয়!-->…