ashomiyapatrika.com
Browsing Tag

Chief minister

উন্নয়ণ আৰু বিকাশৰ বাবে শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিজুলী কলিতা মেধিক ভোট দিয়কঃ…

বকোঃ দেশত চলি থকা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যয়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি বকোত উপস্থিত হয় ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ বহুমুখী স্বাস্থ্য কৰ্মী সন্হাৰ

গুৱাহাটীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে স্বাস্থ্য বিভাগৰ বহুমুখী স্বাস্থ্য কৰ্মী সন্হাই৷ আজি আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এশ বিচনাযুক্ত জিলা চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত বহুমুখী স্বাস্থ্য

যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্ৰৱাহিত হয়, কোনেও কল্পনা নকৰা কাম আজি অসমত সম্ভব…

অহা মাহৰ পৰা শিৱসাগৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গৌৰীসাগৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য-কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ ভূমি পূজন

জন্মদিনত মুখ্যমন্ত্ৰীৰ দীৰ্ঘজীৱন কামনাঃ দেউছতালত আগতীয়াকৈ বৰো ধানৰ খেতি আৰম্ভ কৰিলে বিজেপিৰ…

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৫৪ টা বসন্ত অতিক্ৰম কৰি ৫৫ টা বৰ্ষত ভৰি দিলে। সেই উপলক্ষে মূখ্যমন্ত্ৰীৰ বহু অনুগামীয়ে ৩১ জানুৱাৰীৰ দিনা মাজনিশা ঘড়ীৰ কাটাই বাৰ বজা পাৰ হোৱাৰ পাছতেই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে

গুৱাহাটী মহানগৰ জিলাৰ বুথ সভাপতি আৰু শক্তিকেন্দ্ৰ প্ৰমুখ সকলৰ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, অটল বিহাৰী বাজপেয়ী ভৱনৰ চৌহদত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ১০২৩ জন বুথ সভাপতি আৰু

সাংবাদিকৰ পেঞ্চনকে ধৰি সাংবাদিক কল্যাণ আঁচনি ৰূপায়নৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ আপকু শিৱসাগৰ জিলা…

গৌৰীসাগৰঃ আপকু শিৱসাগৰ জিলা সমিতিয়ে আজি সভাপতি পদুম কুমাৰ শইকীয়া, কেন্দ্রীয় প্ৰচাৰ সম্পাদক যুগল শৰ্মা, জিলা সদস্য ক্ৰমে ঋষিৰাজ ভট্টাচার্য, বিৰাজ বিনিত ভট্টাচার্য, অভিযান দত্তৰ সহযোগত শিৱসাগৰ জিলা সদৰ মহকুমাধিপতি পৰিক্ষীত ফুকনৰ জৰিয়তে অসমৰ

অসম সচিবালয়ৰ নৱনিৰ্মিত ‘লোক সেৱা ভৱন’ উদ্ধোধন মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীঃ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসম সচিবালয়ৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰা এটি আটকধুনীয়া ভৱন আজি উদ্ধোধন কৰা হয়৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ৰ নৱনিৰ্মিত লোক সেৱা ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জানিব

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সেৱা ললে আজাৰাৰ ৭ খন দুৰ্গা পূজাত

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া আজাৰা ৰাজহ চক্ৰ এলেকাৰ ৭ খনকৈ দুৰ্গা পূজাস্থলীত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিখন পূজাস্থলীত উপস্থিত হৈ পৰিচালনা সমিতি সমূহৰ লগত চমু আলোচনাত মিলিত

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ১০ খনকৈ কাটামাৰাণ জাহাজ,৩ খন টাগ বোট আৰু ১ খন ছাৰ্ছ এণ্ড ৰেস্কিউ বোট

অসম আভ্যন্তৰীণ জলপৰিবহন বিভাগত ব্যাপক পৰিবৰ্তনঃ পৰিবহন পৰ্যটন দুয়োটা খণ্ডকেই সমৃদ্ধ কৰিব নৱ সংযোজিত বাহনকেইখনে গুৱাহাটীঃ অসমৰ আভ্যন্তৰীণ জলপৰিবহন খণ্ডত ব্যাপক পট পৰিবৰ্তনেৰে আজি একেলগে সংযোজিত হ’ল ১০ খনকৈ সুবিশাল কাটামাৰাণ জাহাজ। লগতে

কম সময়ৰ ভিতৰতেই সদৌ অসম কৰ্মৰত অনিয়মীয়া প্ৰাথমিক শিক্ষকক নিয়মীয়াকৰণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীঃ ১৯৯১- ২০০১চনৰ ভিতৰত নিযুক্তিপ্ৰাপ্ত দৰমহা পোৱা ২৪০০ শিক্ষকৰ চাকৰি আজিকোপতি নিয়মীয়াকৰণ নহ’ল৷ চৰকাৰী বিষয়াৰ ভুলৰ বাবেই ২৪০০ শিক্ষক নিয়মীয়াকৰণৰ পৰা আজিও বাদ পৰি ৰ’ল৷ যোৱা ২০২১ ৰ ৩১ জানুৱাৰীত ৪৫১ৰ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে