ashomiyapatrika.com
Browsing Tag

Celebrated

থাৰ্ড থিয়েটাৰৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ

গুৱাহাটীঃ বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ মানসেৰে ২০ জুন কলাগুৰু বিষ্ণু ৰাভা দিৱস উপলক্ষে থাৰ্ড থিয়েটাৰৰ উদ্যোগত ১৬ জুন ৰবিবাৰে পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত পুৱা ১০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে

বিশ্ব ৰক্তদাতা দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, অভিনেতা কপিল বৰাৰ অংশগ্ৰহণ

গুৱাহাটীঃ আৰ্তজনৰ জীৱন ৰক্ষাৰ বাবে নিয়মীয়াকৈ স্বেচ্ছামূলক ৰক্তদান কৰিবলৈ ৰাইজৰ প্ৰতি মুকলি আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আজি অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ

গুৱাহাটী বিমানকোঠত গোপীনাথ বৰদলৈৰ ১৩৪ সংখ্যক জন্ম বাৰ্ষিকী পালন

গুৱাহাটীঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, কিংবদন্তি গোপীনাথ বৰদলৈৰ ১৩৪ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। জন্মদিন উপলক্ষে বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। মুখ্য বিমানকোঠ বিষয়া

কটন বিশ্ববিদ্যালয়ত ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম দিৱস উদযাপন

গুৱাহাটীঃ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম বাৰ্ষিকী। কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ বেদীত কটন বিশ্ববিদ্যালয় আছু গোটে শ্বহীদগৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কটন বিশ্ববিদ্যালয় আছু গোটৰ মুখ্য

বকোত জননেতা সব্যসাচী ৰাভাৰ ২২ সংখ্যক বাৰ্ষিক মৃত্যু দিৱস আৰু স্মৃতিচাৰণ সভাঃ ৰাভাৰ জীৱন সংগ্ৰামৰ…

বকোঃ কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, জিলা ৰাভা মহিলা পৰিষদ, জিলা ষষ্ঠ অনুসূচী দাবী সমিতি, জিলা ৰাভা জাতীয় পৰিষদ, জিলা ৰাভা সাহিত্য সভা, জিলা ৰাভা কৃষ্টি সন্মিলন, জিলা ৰাভা কৰ্মচাৰী পৰিষদৰ যুটীয়া উদ্যোগত প্ৰতি বkছৰৰ দৰে এই বৰ্ষও আয়োজন কৰা

লৌহ পুৰুষজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনঃ উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থাৰ প্ৰাঙ্গনত ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰে। এই দিনটো উত্তৰ পূব

বকো সাহিত্য সভাই উদযাপন কৰে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

বকোঃ বিশ্ব বিশ্ৰুত শিল্পী ভাৰতৰত্ন তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন। সুধাকন্ঠ উপাধিৰে বিভূষিত প্ৰয়াত হাজৰিকাৰ ওপজা দিনটো অসম সাহিত্য সভাই প্ৰতিবছৰে পালন কৰি আহিছে। এই বৰ্ষতো আজি কেন্দ্ৰীয় ভাৱে

হকী খেলৰ সম্ৰাট ধ্যানচান্দ সিঙৰ স্মৃতিত বকোত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালনঃ খেল মহাৰণ ২০২৩/২৪…

বকোঃ বিশ্বত হকী খেলৰ যাদুকৰ হকী সম্ৰাট প্ৰয়াত ধ্যানচান্দ সিঙৰ স্মৃতিত সমগ্ৰ বিশ্বতে পালন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা ক্ৰীড়া বিষয়াৰ

অসম ফটো সাংবাদিক সন্থাৰ বিশ্ব আলোকচিত্ৰ দিৱস উদযাপনঃ ধনীৰাম কলিতাক ফটো সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীঃ সাংবাদ মাধ্যমত ফটো সাংবাদিক সকলৰ এটা বিশেষ স্থান আছে৷ ফটো সাংবাদিক সকলে সমাজলৈ নিজ শিল্পকৰ্মৰ জৰিয়তে বৰঙণি আগবঢ়াই আহিছে। এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ৷ বিশ্ব আলোকচিত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি

বকো ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ বাৰ্ষিক মূখপাত্ৰ…

বকোঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ‘ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়'ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্য্যসূচীৰে মহাবিদ্যলয় প্ৰেক্ষগৃহত পালন কৰা হয় ৷ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত