জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাঃ মাতৃ সুমিত্ৰা ৰাভাক লগত লৈ জোনমণিৰ চৰকাৰী আবাসত চিবিআইৰ অভিযান
গুৱাহাটীঃ সুদক্ষ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ ঘটনাৰ পিছতে ৰাজ্যবাসীয়ে জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ দাবী উত্থাপন কৰিছিল৷ প্ৰথমাৱস্থাত চিআইডিয়ে ঘটনাটোৰ তদন্ত কৰিছিল যদিও!-->…