ashomiyapatrika.com
Browsing Tag

Bonda

কবিতা খাঁটি খোৱা মেহনতি মানুহৰ কন্ঠ হ’ব পৰা নাইঃ শচীন দাস

গুৱাহাটীঃ পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত আজি মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাস্থিত বোন্দা আঞ্চলিক উচ্চ বিদ্যালয় প্ৰাংগণত বক্তৃতানুষ্ঠানৰ লগতে এখনি বৰ্ণিল কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। পৰাগজ্যোতি প্ৰকাশনৰ সচিব দীপক

বোন্দাত ৩২ সংখ্যক ‘নেপালী ভাষা মান্যতা দিৱস’ পালন

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাস্থিত ‘জনজাতি প্ৰগতি পুথিভঁৰাল’ প্ৰাংগণত আজি ‘প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদ’ৰ উদ্যোগত ৩২ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে। পুৱা ভাগত পতাকা উত্তোলন, শ্বহীদ