বোলবোমঃ গুৱাহাটীৰ ভীমাশংকৰ জ্যোতিৰ্লিংগত সহস্ৰাধিক ভক্তৰ ভিৰ
গুৱাহাটীঃ ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে৷ লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণ মাহত!-->…