ashomiyapatrika.com
Browsing Tag

Boko

পুথিভঁৰাল আন্দোলনক স্বীকৃতি প্ৰদানৰ আহ্বান ড° নৰকান্ত অধিকাৰীৰ

বকোত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বকোঃ ‘গ্ৰন্থাগাৰ বিশ্ব দৰ্শনৰ মুলদ্বাৰ’ ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ এই বেলি ৩৮ সংখ্যক বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। বিগত ইং ১৯৮৫ চনৰ ২৭ জানুৱাৰীত গঠন

কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ সৌজন্যত ক্ৰিকেট খেল পৰিচালনা সমিতিৰ উদ্যোগত ক্ৰিকেট প্ৰতিযোগিতা…

বকোঃ এই পৃথিৱী এক ক্ৰীড়াংগন, খেল হ'ল শান্তিৰ প্ৰাংগন’ বাণীৰে গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ সহযোগত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা এখন আয়োজন কৰা হৈছে। উল্লেখ্য যে গণৰাজ্য দিৱস উপলক্ষে প্ৰথম বৰ্ষৰ বাবে

বকোৰ বেলপাৰাত বকো – বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১ সংখ্যক বাৰ্ষিক অধিবেশন

বকোঃ ৰাজ্যৰ থলুৱা জনগোষ্ঠী সমূহৰ অন্যতম ৰাভা সকলোৰ সামগ্ৰীক বিকাশৰ বাবে কাম কৰি থকা জাতীয় সংগঠন ৰাভা জাতীয় পৰিষদৰ অধিবেশন বকোৰ বেলপাৰাত আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বকো - বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ ৬১

বকোত ৰাম জাখালা সীতা পাতাল পুৰী মন্দিৰ আৰু বাবা বুঢ়াগোহাঁই মন্দিৰত ৰামলালা মহোৎসৱ উদযাপন

বকোঃ ভগৱান প্ৰভূ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত আজি পবিত্ৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। প্ৰভূ শ্ৰী ৰাম চন্দ্ৰৰ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি অসম মুলুকৰ কামৰূপ জিলাৰ বকোতো উদযাপন কৰা হয় ৰামলালা মহোৎসৱ। অযোধ্যাত ৰামলালা উৎসৱৰ

বকোত বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ দ্বিতীয় দিনঃ পতাকা উত্তোলন, স্মৃতিগ্ৰন্থ উন্মোচন,…

বকোঃ নিখিল বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন। সমগ্ৰ বড়ো জনগোষ্ঠীক বৌদ্ধিক বিকাশৰ জৰিয়তে সামগ্ৰীক উন্নয়নৰ গতি দিয়া বড়ো সাহিত্য সভাৰ এই বেলি ৬৩ সংখ্যক বাৰ্ষিক অধিবেশন। বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন ১৯

বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোসাঁই আশ্ৰিত শিৱ মন্দিৰৰ সাহায্যৰ্থে আয়োজিত উপহাৰ কুপনৰ খেলৰ…

বকোঃ দেৱৰ ঈশ্বৰ মহাদেৱক উপাসনা কৰা শক্তিস্থান কামৰূপ জিলাৰ বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোঁসাই আশ্ৰিত মন্দিৰৰ সাহায্যৰ্থে মন্দিৰ সমিতিয়ে আয়োজন কৰিছিল উপহাৰ কুপনৰ খেল। বকো আৰক্ষী থানাৰ নাৰেঙ্গাস্থিত ভাঙ্গাৰা গোঁসাই ঘৰ আধুনিকিকৰণৰ

লামপাৰাত নেহেৰু যুৱ কেন্দ্ৰ সংগঠন আৰু অভিনন্দন এচোছিয়েশ্যনৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ সহযোগত…

বকোঃ ৰাজ্যৰ চৌদিশে পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্য্যসুচী। এই উপলক্ষে নেহেৰু যুৱ কেন্দ্ৰ সংগঠন কামৰূপ আৰু অভিনন্দন এচোছিয়েশ্যনৰ উদ্যোগত পৰিবহণ বিভাগ অসমৰ জিলা পথ সুৰক্ষা সমিতি কামৰূপৰ সহযোগত আজি বকো আৰক্ষী থানাৰ অন্তৰ্গত

বকো সাহিত্য সভাৰ উদ্যোগত আন্ধেৰিটাৰীত ‘জ্যোতি দিৱস’ উদযাপন

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে আজি কামৰূপ জিলাৰ বকো সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত জ্যোতি দিৱস। উল্লেখ্য যে অসম সাহিত্য সভাৰ নিৰ্দেশত শতদল শাখা বকো সাহিত্য সভাৰ উদ্যোগত আৰু

বকোৰ ছাটাবাৰী ৰাইজ গয়ৰহৰ পুখুৰীত কাছ প্ৰদান প্ৰকৃতিপ্ৰেমী যুৱকৰ

বকোঃ দুষ্প্ৰাপ্য বন্যপ্ৰাণী কাছ এটা আজি কামৰূপ জিলাৰ ছাটাবাৰী গঞা ৰাইজৰ ৰাজহুৱা পুখুৰীত এৰি দিয়ে তিনি গৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে। আজি দিনৰ ভাগত ছাটাবাৰী ৰাইজ গয়ৰহৰ উপাসনা স্থান কলিয়া গোসাঁইৰ মন্দিৰৰ চৌহদত থকা পুখুৰীত কাছ টো এৰি দিয়ে।

বকোত অসমী ভোগালী মেলা ২০২৪ৰ শুভাৰম্ভ

ৰাভা হাছং পৰিষদৰ বিত্তীয় পূজিৰে আয়োজিত মেলাই মহিলা সাৱলীকৰণত গুৰুত্ব আৰোপ কৰিছে - টংকেশ্বৰ ৰাভা বকোঃ মাঘ বিহু উপলক্ষে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম বাৰ্ষিক বিত্তীয় সাহাৰ্য্যত আজিৰ পৰা বকোত আয়োজন কৰা হৈছে অসমী ভোগালী মেলা