ashomiyapatrika.com
Browsing Tag

Boko

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰে কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে উদ্ধোধন কৰিলে…

বকোঃ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে আজিৰ দিনটোত উদ্ধোধন কৰিলে দুটাকৈ মহিলা সমিতিৰ সমুহীয়া ভৱন। পৰিষদ খনৰ ২৩ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ গৰাকীয়ে আজি বকোৰ মূগাখোলত আৰু

বামুণীগাওঁৰ ‘জান’ প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু ‘জান- জীৱনজোৰা সাধনা বঁটা’- ২০২৩ প্ৰদান

বকোঃ বৌদ্ধিক সমাজৰ অন্তৰংগ আলাপ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এক মনোজ্ঞ অনুস্থানেৰে আজি আয়োজন কৰা হয় গ্ৰন্থ উন্মোচনী সভা। কামৰূপ জিলাৰ বকো বামুণী গাওঁৰ পৰা প্ৰকাশিত ‘জান’ আলোচনী খনৰ সম্পাদক ৰঞ্জন কলিতাৰ তৎপৰতাত আয়োজন কৰা হৈছে এক বিশেষ

বকোৰ ঐতিহ্য মণ্ডিত যমুনেশ্বৰ শিৱালয় আধুনিক ৰূপত নৱ নিৰ্মাণৰ নিৰ্মাণ সমিতি গঠন

বকোঃ প্ৰভূ শিৱৰ লগতে দূৰ্গতি নাশ কৰা দেৱ দেৱীৰ আৰাধনা কৰা দেৱালয় কামৰূপ জিলাৰ বকোৰ যমুনেশ্বৰ শিৱালয় মন্দিৰটো আধুনিক ৰূপত নিৰ্মাণ কৰাৰ প্ৰস্তূতি চলিছে। উল্লেখ্য যে সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেন যুক্ত কৰাৰ কাম পূৰ্ণগতিত চলি আছে বাবে

বকোৰ জামবাৰীত চৰকাৰৰ স্মাৰ্ট পুলিচৰ গুণ্ডাগিৰিঃ হিন্দী চিনেমাৰ কায়দাৰে হত্যা আচামীক

বকোঃ অসম আৰক্ষীৰ স্মাৰ্ট পুলিচৰ গুণ্ডাগিৰিৰ প্ৰকোপত হিন্দী চিনেমাৰ কায়দাৰে এগৰাকী নিৰিহৰ প্ৰাণ বায়ু উৰি যোৱা ঘটনাই বকোত উত্তেজনা বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ জামবাৰী আৰক্ষী পহৰা চকীত এক অথন্তৰ

পবিত্ৰ শিক্ষাক কুলষিত, ছাত্ৰীৰ লগত লিলিমাই শিক্ষকৰঃ শাস্তিৰ দাবী ৰাভা ছাত্ৰ সন্থাৰ

বকোৰ বামুণীগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক প্ৰফুল্ল কুমাৰ দাসৰ অপকৰ্ম ফাদিল বকোঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিক কুলষিত কৰিছে এগৰাকী হিন্দী শিক্ষকে। কিন্তু পকছো আইনেও ঢুকি পোৱা নাই ছয়গাঁও থানাৰ অন্তৰ্গত বামুণীগাঁও উচ্চ মাধ্যমিক

চৰকাৰৰ শূণ্য সহনশীলতা নীতি ধোঁৱাচাঙত বকোৰ স্থানীয় প্ৰশাসনৰঃ বাংলা ইটাভাটা মালিকক মুকলি সমৰ্থন, শিশু…

বকোঃ কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে তাৰাবাৰী, টুলুপাৰা, ১ নং বৰুৱা পথাৰ, ঘিলাবাৰী, বালিঝাৰ, হাৰিভাংগা, পদ্মপুৰকে ধৰি

বকো শতদল শাখা সাহিত্য সভাৰ বিশেষ কাৰ্য্যকৰী সভা সম্পন্ন

বকোঃ অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসাৰে পৰিচালিত কামৰূপ জিলাৰ বকো সাহিত্য সভা (শতদল) শাখাৰ বিশেষ কাৰ্য্যনিৰ্বাহক সভা এখন আজি সম্পন্ন হয়। বকো সাহিত্য সভা ভৱনত দিনৰ ৩ বজাত সভানেত্ৰী বিজয়া ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় সভা খন। বকো

বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোসাঁই আশ্ৰিত শিৱ মন্দিৰৰ সাহায্যৰ্থে আয়োজিত উপহাৰ কুপনৰ খেলৰ…

বকোঃ প্ৰভূ মহাদেৱক উপাসনা কৰা শক্তিস্থান কামৰূপ জিলাৰ বকোৰ নাৰেঙ্গাৰ শ্ৰী শ্ৰী ভাঙ্গাৰা গোঁসাই আশ্ৰিত মন্দিৰৰ সাহায্যৰ্থে মন্দিৰ সমিতিয়ে আয়োজন কৰিছিল উপহাৰ কুপনৰ খেল। বকো আৰক্ষী থানাৰ নাৰেঙ্গাস্থিত ভাঙ্গাৰা গোঁসাই ঘৰ আধুনিকিকৰণৰ বাবে

বকোৰ মানৱ দৰদী জনাৰ্দ্দন বড়োৰ মহানুভৱতাঃ সাংস্কৃতিক মহাসংগ্ৰামত শ্ৰেষ্ঠ্যত্ব অৰ্জন কৰা শিল্পীক…

বকোঃ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সাংস্কৃতিক মহাসংগ্ৰামত কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ পৰা চাৰিগৰাকী কণ্ঠশিল্পীয়ে শ্ৰেষ্ঠ্যত্ব সন্মান লাভ কৰি ৰাজ্যিক পৰ্য্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে। ভিন্ন কেটেগৰীত স্থান লাভ কৰা কণ্ঠশিল্পী

বকোৰ ত্ৰিলোচন ৩৬২ নং প্ৰাথমিক বিদ্যালয়ত চুৰি কাণ্ডঃ ছমৰীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল

বকোঃ ৰাজ্যৰ চুকে কোনে এচাম দূস্কৃতিকাৰীয়ে সংঘটিত কৰি আহিছে অসামাজিক কু - কাৰ্য্য। এই বাৰ ধূৰন্ধৰ চোৰে চুৰি কাৰ্য্য সংঘটিত কৰিছে বিদ্যা মন্দিৰত। প্ৰাপ্ত খৱৰ অনুসৰি বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া আৰক্ষী পহৰা চকীৰ অধিনৰ ৩৬২ নং ত্ৰিলোচন