ashomiyapatrika.com
Browsing Tag

Boko

বকোৰ ২ নং উত্তৰ চেখাদাৰীৰ যুৱক ৰেজাউল আলী নিৰুদ্দেশঃ কান্দোনত ভাঙি পৰিছে পত্নী-মাতৃ আৰু কণমানি পুত্ৰ

বকোঃ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে বকোৰ ছেখাদাৰীত। উল্লেখ্য যে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নং উত্তৰ চেখাদাৰী গাওঁৰ যুৱ শ্ৰমিক ৰেজাউল আলী তিনি দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে। আজি পৰিয়ালৰ

বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিশাল প্ৰস্তুতি

বকোঃ অসমীয়া লোক ক'লা সংস্কৃতিৰ গতি ধাৰা আৰু ধৰ্মীয় ভাৱনা সাৱলীলভাৱে পৰিবেশন কৰা সামাজিক অনুষ্ঠান কামৰূপ জিলাৰ বকোৰ ১নং আৰু ২নং দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ এই বেলি ৰূপালী জয়ন্তী বৰ্ষ।দিলিঙ্গা আঞ্চলিক সুৱৰী উৎসৱ উদযাপন

বকো ছোৱালী হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সন্দৰ্ভত ৰাজহুৱা সভা

যতীন পাঠক সভাপতি, জ্ঞানেন্দ্ৰ কলিতা সাধাৰণ সম্পাদক হিচাপে অভ্যৰ্থনা সমিতি গঠন বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ উচ্চ শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান বকো ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই বেলি সোণালী জয়ন্তী বৰ্ষ। বিদ্যালয় খনৰ প্ৰতিষ্ঠা

অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুক আদৰিবলৈ সাজু জৌমাং সমন্বয় বিহু দ’লঃ আজিৰ পৰা আখাৰাৰ শুভ…

বকোঃ অসমীয়া জাতিৰ আয়ূস ৰেখা তথা প্ৰাণৰো প্ৰাণ ব'হাগ মাহৰ ৰঙালী বিহু সমাগত। অইন অইন বেলিৰ দৰে এই বেলিও সমাগত ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া। ইফালে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ বকোতো সমান্তৰালকৈ বিহুৰ শিল্পী সকলোৰ গাত তত নাইকীয়া হৈছে।

বকোত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ কামৰূপ জিলা সমিতি গঠন

বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জাতি উপ জাতি সমুহৰ স্বকীয় সংস্কৃতি সুদৃঢ় ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এখন বিশেষ সাধাৰণ সভা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। আজি বকোস্থিত সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা সভাৰ আত

কলেজ অৱ এডুকেশ্বন বকোৰ ২৫ সংখ্যক মহাবিদ্যালয় সপ্তাহত ছাত্ৰ-ছাত্ৰীৰ সংস্কৃতি-লোককৃষ্টি-নৃত্য-নাটক আৰু…

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় অৰ্থাৎ কলেজ অৱ এডুকেশ্বন বকোৰ এই বেলি ২৫ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ বৰ্ণিল কাৰ্য্যসুচী আৰম্ভ হৈছে। যোৱা ১৯ মাৰ্চত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হোৱা মহাবিদ্যালয় খনৰ

বকোৰ ইতিহাস প্ৰসিদ্ধ চৰকীয়া দেৱীৰ মন্দিৰত বসন্ত বাসন্তী পূজাৰ সামৰণি

বকোঃ সম্প্ৰতি ৰাজ্যৰ দেৱ দেৱীৰ শক্তিপীঠ সমুহত চলিছে দেৱী পূজাৰ। এই লৈ বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ ইতিহাস প্ৰসিদ্ধ শিমিলাৰ শ্ৰী শ্ৰী মা চৰকীয়া দেৱীৰ মন্দিৰত চাৰিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে বসন্ত বাসন্তী দেৱীৰ

কামৰূপ জিলা গোৰ্খা কল্যাণ সমিতিৰ দশম ত্ৰি- বাৰ্ষিক লাম্পী অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভা

বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অন্যতম জাতি গোৰ্খা সকলোৰ স্বাভিমান সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰখা জাতীয় সংগঠন গোৰ্খা কল্যাণ সমিতিৰ কামৰূপ জিলাৰ অধিবেশন অনুষ্ঠিত হৈছে। গোৰ্খা সকলোৰ সামগ্ৰীক উত্তোৰণৰ লক্ষ্যৰে কাম কৰি আহা সংগঠন

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৫৬ সংখ্যক বৰ্ষৰ বিহু আয়োজনৰ কাৰ্য্যালয় মুকলিঃ যাৱতীয় কাম-কাজৰ…

বকোঃ অসমীয়াৰ স্বাভিমান, প্ৰাণৰো প্ৰাণ, বাপতি সাহোন ৰঙালী বিহু কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ ৫৬ সংখ্যক বৰ্ষত ভৰি দিয়ে। সেই উপলক্ষে সমাগত বিহু উৎসৱ উদযাপনৰ বাবে যাৱতীয় কাম-কাজ পৰিচালনা কৰিবলৈ আজি সন্ধিয়া পৰত মুকলি কৰে এটি

বকোস্থিত চিলাৰায় ভৱন প্ৰাংগণত ৰাভা হাছং পৰিষদৰ পূজিৰে কাৰ্য্যালয় গৃহৰ আধাৰশিলা স্থাপন সুমিত ৰাভাৰ

বকোঃ অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ আৰ্থিক সাহাৰ্য্যত কোচ ৰাজবংশী সংগঠনৰ কাৰ্য্যালয় গৃহৰ আজি আধাৰশিলা স্থাপন কৰে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ২৭ নং বকো পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা যুৱ সমাজ কৰ্মী