ashomiyapatrika.com
Browsing Tag

Boko

জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোত উত্তৰ পূৰ্বাঞ্চল উদ্যমিতা পৰিষদৰ উদ্যোগত মানৱ সম্পদক উদ্যোগী কৰি…

বকোঃ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ উদ্যমিতা উন্নয়ণ কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ বকোৰ ঐতিহ্যমণ্ডিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়়ত অনুষ্ঠিত হয় উদ্যোগী শিক্ষণ প্ৰশিক্ষণৰ কৰ্মশালা। উল্লেখ্য যে জৱাহৰলাল নেহৰু

জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসৰ অৱসৰী বিদায় সভাঃ ৰাজনীতি বিজ্ঞান…

বকোঃ মানৱ সম্পদ গঢ়া কমাৰশালাৰ দায়িত্ব সামৰি চৰকাৰী বিধি মতে আজি অৱসৰ গ্ৰহণ কৰে জৱাহৰলাল নেহৰু মহাবিদ্যালয় বকোৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰবোধ চন্দ্ৰ দাসে। কামৰূপ জিলাৰ বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ তথা ৰাজনীতি

বকোত শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ক্ৰীড়া সমাৰোহ – ২০২৪ ৰ খেল সমাৰোহ শুভাৰম্ভ

বকোঃ বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি অসমৰ গুৱাহাটী বিভাগৰ ২০২৪ বৰ্ষৰ ক্ৰীড়া সমাৰোহ যোৱা ৰবিবাৰৰ পৰা বকোত অনুষ্ঠিত হৈছে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বকোৰ সহযোগত বকো হাইস্কুল খেলপথাৰত শিশু শিক্ষা সমিতি অসমৰ

বকোৰ টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত নিশা চোৰৰ তণ্ডৱঃ চাৰি খন ফেন লৈ উধাও

বকোঃ ৰাজ্যত আৰক্ষী প্ৰশাসনৰ নিশ্চিদ্ৰ তিঘিল ঘিলনি চলি থকাৰ সময়তে কামৰূপ জিলাৰ বকোত সঘনাই সংঘটিত হৈ আছে চোৰৰ তাণ্ডৱ। যোৱা নিশাও বকো শিক্ষাখণ্ডৰ অন্তৰ্গত টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত ক'ণ ক'ণ ছাত্ৰ ছাত্ৰীৰ বাবে পাঠদানৰ সময়ত ব্যৱহাৰ হোৱা

উন্নয়ণ আৰু বিকাশৰ বাবে শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিজুলী কলিতা মেধিক ভোট দিয়কঃ…

বকোঃ দেশত চলি থকা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যয়ৰ নিৰ্বাচনত ৰাজ্যৰ ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি বকোত উপস্থিত হয় ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

বকোলৈ সুনাম কঢ়িয়ালে প্ৰজ্ঞানজিৎ মহন্তইঃ ডিষ্টিংছন সহ ৯৭:৫০ শতাংশ নম্বৰেৰে উজলিল প্ৰজ্ঞানজিৎ

বকোঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কামৰূপ জিলাৰ বকো ডনবস্ক হাইস্কুলৰ পৰা মুঠ ৯৭:৫০% নম্বৰ লৈ উৰ্ত্তীণ হৈছে বকোৰ প্ৰজ্ঞানজিৎ মহন্তই। ৰাজ্যৰ শিক্ষা বিভাগে যোৱা ২০ এপ্ৰিলত ২০২৩/২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এই

নিজম পৰিল বকো আৰু দিলিঙ্গাৰ সুৱৰী সমন্বয় ক্ষেত্ৰঃ ধৰ্মধ্বজ্বা উত্তোলন আৰু বাৰেবৰণীয়া কৃষ্টি…

বকোঃ নিজম পৰিল বকো আৰু দিলিঙ্গাৰ সুৱেৰী উৎসৱ। লোকে লোকাৰ্ণ পৰিবেশৰ পিছত নিজম পৰিল সুৱৰী সমন্বয় ক্ষেত্ৰ। বকোত শতবৰ্ষ গৰকী ১১২ সংখ্যক বৰ্ষত ভৰি দিয়া কামৰূপ জিলাৰ বকো আঞ্চলিক সুৱৰী উৎসৱৰ সামৰণি পৰিল। বকো আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ

বকোৰ সৰ্বমঙ্গলা দূৰ্গাবাড়িত ১৭ সংখ্যক বৰ্ষৰ শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহা আয়োজন

বকোঃ ‘ওম সৰ্বমঙ্গল মঙ্গল্যে শিৱে সৰ্বাৰ্থসাধিকে। শৰণ্যে এ্যম্বকে গৌৰি নাৰায়ণি নমোহস্ততে, ধৰ্মীয় বাণীৰে কামৰূপ জিলাৰ বকোত পূজক কৃষ্ণকান্ত ব্যানাৰ্জীয়ে আয়োজন কৰে শ্ৰী শ্ৰী মা বাসন্তী পূজা। বিগত বছৰবোৰৰ দৰে এই বৰ্ষত ১৭ সংখ্যক বৰ্ষৰ বাবে

‘দীক্ষিতা’ বকোৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বিশ্ব সুকুমাৰ কলা দিৱস উদযাপনৰ প্ৰস্তুতি

বকোঃ সমগ্ৰ বিশ্বই প্ৰতি বছৰে ১৫ এপ্ৰিল অৰ্থাৎ ২ ব'হাগ তাৰিখে বিশ্ব সুকুমাৰ কলা দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে কামৰূপ জিলাৰ বকোৰ সমাজ সংগঠক, বিশিষ্ট ব্যৱসায়ী তথা বৌদ্ধিক আন্দোলনৰ পৃষ্ঠপোষক জনাৰ্দ্দন বড়োৰ একক প্ৰচেষ্টাত বকোতো পালন

বকোৰ শিংৰা-পালাহপাৰা যুৱক সংঘৰ উদ্যোগত ৯ দিনীয়া বিহু নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠান

বকোঃ বাপতি সাহোন ৰঙালীক আদৰণি জনাবলৈ আৰু নতুন প্ৰজন্মৰ মাজত বিহুৰ মাদকতা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বকোৰ শিংৰাতো প্ৰতি বছৰে আয়োজন কৰি আহিছে বিহু নৃত্য প্ৰশিক্ষণ কৰ্মশালা। উল্লেখ্য যে কামৰূপ জিলাৰ বকোৰ শিংৰা-পালাহপাৰা যুৱক সংঘৰ উদ্যোগত এই