ashomiyapatrika.com
Browsing Tag

Boko

বকোত বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত জোৰ সমদলঃ দূধনৈৰ হিৰণময় খাখলাৰীৰ পৰিয়ালক…

বকোঃ গোৱালপাৰা জিলাৰ দূধনৈৰ হিৰণময় খাখলাৰী নামৰ যুৱক এগৰাকীক যোৱা ৫ মে'ৰ দিনা একাংশ আততায়ীয়ে হত্যা কৰে। উল্লেখ্য যে এক বৰ্বৰ ধৰ্ষণৰ ঘটনাৰ পাকচক্ৰত জড়িত কৰি হিৰণয়ম খাখলাৰীক বৰ্বৰ ভাৱে হত্যা কৰা হয়। এই দূৰ্ভাগ্যজনক ঘটনাক তীব্ৰ ভাষাৰে

অসম মেঘালয় সীমান্তৰ হাহিমৰ আৰেডোঙাত অঘটনঃ ছয়গাঁওৰ যুৱক নিখোজ

বকোঃ অসম মেঘালয় সীমান্তৰ হাহিমৰ আৰেডোঙাত অঘটন সংঘটিত হৈছে। গৰমৰ বতৰত শীতল পানীত গা ধুৱলৈ গৈ ছয়গাঁওৰ এজন যুৱক নিখোজ হোৱা খৱৰ আহিছে। আৰেডোঙাৰ জলপ্ৰপাতত গা ধুই থাকোঁতে তীব্ৰ সোতত সন্ধানহীন ছয়গাঁওৰ মিলনপুৰৰ প্ৰায় ২১ বছৰীয়া যুৱক জন। প্ৰাপ্ত

বকোৰ ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ সাহাৰ্য্যৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেল বৰ্ষা…

বকোঃ কামৰূপ জিলাৰ বকোত আয়োজন কৰা উপহাৰ কুপনৰ খেল খন সম্প্ৰতি বৰ্ষা বিঘ্নিত পৰিবেশৰ বাবে স্থগিত ৰখা হৈছে। এই ঘোষণা আজি সংবাদ মেল আয়োজন কৰি জনায় উপহাৰ কুপন পৰিচালনা সমিতিয়ে। উল্লেখ্য যে বকোত ১ নং ডাকুৱাপাৰা আৰু পাখাৰাপাৰা শ্মশান উন্নয়ণ

বকোৰ শাখাতিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি ষ্মৰণঃ বিষ্ণু সংগীত প্ৰতিযোগিতা আয়োজন

বকো সাহিত্য সভাৰ উদ্যোগতো বিষ্ণু ৰাভা দিৱসৰ প্ৰস্তুতি বকোঃ সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সমাজ জীৱনৰ প্ৰতি আগবঢ়োৱা অৱদান আৰু কৃষ্টি সংস্কৃতিৰ বৰপীৰা স্থাপন কৰি যোৱা প্ৰয়াসক শলগ লৈ পালন কৰা হয় ৰাভা দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে

বকোত ডিজিটেল ইণ্ডিয়াৰ বিকশিত অসমৰ পথে জ্বলাকলা খুৱাইছে কালিয়াবড়ী গাওঁৰ ৰাইজক

বকোঃ ৰাজ্যত বিকশিত অসমৰ শ্লোগান ফুটুকাৰ ফেনত পৰিণত হৈছে। ডিজিটেল ইণ্ডিয়াৰ উন্নয়ণৰ ফোপোলা স্বৰূপ দৃশ্যমান হ'ব কামৰূপ জিলাৰ বকোত। বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত কালিয়াবড়ীত যমৰ যাতনা হৈছে যাতায়াতকাৰীৰ। বছৰ বছৰ ধৰি মেৰামতি অথৱা উন্নয়ণ আৰু

বকোত পৰিবেশৰ বাবে জীৱনশৈলী শীৰ্ষক সাত দিনীয়া কাৰ্য্যসূচী সমাপন

বকোঃ ‘মিছন লাইফ’ পৰিৱেশৰ বাবে জীৱনশৈলী শীৰ্ষক অৰ্থ LiFE মানে Lifestyle for Environment ৰ শ্লোগান - দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২০ অক্টোবৰত গুজৰাটৰ কেভাদিয়াত আৰম্ভ কৰিছিল। উল্লেখ্য যে ইয়াৰ জৰিয়তে সহজ -সৰল কামৰ মাজৰে

বকোত ‘দীক্ষিতা’ৰ উদ্যোগত চৰকাৰী বাছ আস্থান আৰু শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত গছ পুলি ৰোপন

জলবায়ুৰ তাৰতম্যৰ ওপৰত সজাগতা সভা বকোঃ পৰিবেশ সংৰক্ষণ কৰক, জীৱন আৰু ভৱিষ্যত ৰক্ষা কৰক শ্ৰোগানেৰে কামৰূপ জিলাৰ বকোত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে সমাজ সংগঠক জনাৰ্দ্দন বড়োই। আজি সমগ্ৰ বিশ্বই পালন কৰে সু স্বাস্থ্যৰ বাবে বিশ্ব পৰিবেশ দিৱস।

তীব্ৰ বেগেৰে অহা ‘ৰেমালে’ তছনছ কৰিলে বকোৰ কণিষ্ঠ মহাবিদ্যালয় আৰু দক্ষিণ কামৰূপৰ বিস্তীৰ্ণ অঞ্চল

বকোঃ ৰুস্ত প্ৰকৃতিয়ে যেন ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে। যোৱা সোমবাৰে নিশাৰ ভাগত অহা তীব্ৰ বেগী ধূমুহা ৰেমালে তছনছ কৰি বিস্তৰ ক্ষতি কৰে কামৰূপ জিলাৰ বকোৰ বিস্তীৰ্ণ অঞ্চল। ৰুস্ত ৰেমালে অতি বেছি ক্ষতি কৰিছে বকোত কণিষ্ঠ মহাবিদ্যালয়ৰ। নিশা তীব্ৰ

বকোৰ বৰগাঁও বাকাৰাপাৰাত অঘটনঃ পানীত পৰি সলিল সমাধি উত্তম দাস নামৰ ব্যক্তি এজন

বকোঃ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰাৰ দাতি কাষৰীয়া গাওঁ বৰগাও বাকাৰাপাৰাত যোৱা ২০ মে' অৰ্থাৎ সোমবাৰে গাওঁ খনৰ উত্তম দাস নামৰ এজন লোক সন্ধানহীন হয়। প্ৰাপ্ত তথ্য অনুসৰি আবেলি ভাগৰ পৰাই লোক জন সন্ধানহীন হৈ আছিল। জানিব পৰা মতে

বকোৰ খঁটখটীত লাঙাবুঢ়া পূজাত অপায় অমঙ্গল নাশ কৰাৰ অৰ্থে ইষ্টদেৱতাক সমুহীয়া সেৱা

বকোঃ ৰাজ্যৰ অন্যতম জনগোষ্ঠী ৰাভা সমাজৰ পৰা দুখ বেদনা অপায় অমঙ্গল নাশ কৰাৰ উপৰিও সমাজৰ পৰা অসুয়া অপ্ৰিতি দুৰ কৰিবলৈ সমুহীয়াভাৱে লাঙাবুঢ়া পূজা আয়োজন কৰা হয়। এই ধৰ্মীয় তথা সম্পুৰ্ণ মাংগলিক পৰম্পৰা আজি কামৰূপ জিলাৰ বকোৰ খঁটখটীতো পালন