ashomiyapatrika.com
Browsing Tag

Boko

বকোৰ ২নং বৰখালত নিশা হাতীৰ উপদ্ৰৱঃ থিতাতে মৃত্যু কমলেশ্বৰৰ

বকোঃ ৰাজ্য চৰকাৰৰ ভূমি নীতি আৰু বন বিভাগৰ অদূৰদৰ্শী কাৰ্য্য ব্যৱস্থাৰ বাবে বনাঞ্চল সংকুচিত হোৱাৰ ফলত সঘনাই সংঘটিত হৈ আহিছে হাতী - মানুহৰ সংঘাত। ইয়াৰ ফলশ্ৰুতিতেই যোৱা নিশাও ঘটিছে এক দুখ জনক অঘটন। কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল

বকোৰ গামেৰীমূৰাত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ প্ৰস্তুতি

বকোঃ ভূমিপুত্ৰ থলগিৰি জনগোষ্ঠীৰ অন্যতম কোচ ৰাজবংশী সকলোৰ সৌৰ্য্য বিৰ্য্যৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জন্মজয়ন্তী মহোৎসৱ অহা মাঘী পূৰ্ণিমাত পালন কৰা হ'ব। মহাবীৰ জনাৰ জন্ম জয়ন্তী উৎসৱ কামৰূপ জিলাৰ বকোত এই বেলি ২৪ সংখ্যক বৰ্ষৰ

অসম আৰক্ষীৰ পৰা কোনো ন্যায়ে নাপালে বকোৰ পশ্চিম নেউলডোবাৰ দুৰ্ভগীয়া মধু সেনে

বকোঃ যোৱা ২৭ নবেম্বৰত কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কাহিবাৰীত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা। এডল দুৰ্বৃত্তৰ আক্ৰমণত ধৰাসায়ী হৈছিল ছমৰীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পশ্চিম নেউলডোবাৰ মধু সেন নামৰ লোকজন। ইফালে কোনোমতে প্ৰাণ ৰক্ষা পোৱা

বকোৰ আন্ধেৰিটাৰী বালিকা প্রাথমিক বিদ্যালয়ত গুণোৎসৱ সম্পন্নঃ ছাত্ৰ – ছাত্ৰীৰ মাজত বৌদ্ধিক…

বকোঃ কামৰূপ জিলাৰ বকো শিক্ষা খণ্ডৰ অধীনস্থ উত্তৰ বনগাঁও সমল কেন্দ্রৰ অন্তর্গত আন্ধেৰিটাৰী বালিকা প্রাথমিক বিদ্যালয়ত চলিছে গুণোৎসৱ। এই বেলি পঞ্চম পৰ্বৰ গুণোৎসৱৰ প্রথম পর্যায়ৰ আজি দ্বিতীয় দিনাৰ বহিঃমূল্যায়ন সুকলমে সম্পন্ন হয়। উল্লেখ্য যে

শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত জে চি বি জব্দ

বকোঃ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ অধীনৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাৰ নেতৃত্বত বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে চলিছে তীব্ৰ অভিযান। এই অভিযানত থৰকা - ছুটি হেৰুৱাইছে অসাধু চক্ৰ। বনজ সম্পদ ধ্বংস কৰা

সদ্য অৱসৰী শিক্ষকক পেঞ্চনৰ আনুস্থানিক মঞ্জুৰী পত্ৰ প্ৰদান জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ

বকোঃ মানৱ সম্পদ গঢ়াৰ দায়িত্ব সামৰি আনুস্থানিক অৱসৰ গ্ৰহণ কৰা কামৰূপ জিলাৰ ২১ গৰাকী শিক্ষকক পেঞ্চনৰ সা - সুবিধাকে ধৰি অন্যান্য সুবিধাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰে জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। আজি এই কথা এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ

মদাহী সকল কছাৰী হ’ব নোৱাৰেঃ বাবুল চন্দ্ৰ ৰাভা

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ৰাভা জাতীয় পৰিষদ বকোঃ ৰাজ্যৰ স্থায়ী জনগোষ্ঠী সমূহৰ অন্যতম মদাহী জনগোষ্ঠীটো পূৰ্বৰ পৰাই ৰাভা সকলোৰ ঠাল, ই ভিন্ন নহয়। ৰাভা জনগোষ্ঠীৰে অভিন্ন উপ জাতি। ইয়াক চৰকাৰেহে ভিন্ন কৰিব বিচাৰিছে

বকোত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটাঃ শিশু – শ্ৰমিক আইনকো…

বকোঃ কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণদ্যমে চলিছে অবৈধ বাংলা ইটাভাটা। প্ৰত্যক্ষ কৰা মতে তাৰাবাৰী, টুলুপাৰা, ১ নং বৰুৱা পথাৰ, ঘিলাবাৰী, পদ্মপুৰকে ধৰি বহু অঞ্চলত একাংশ

বকোৰ দীক্ষিতা প্ৰকাশনৰ প্ৰথম প্ৰকাশ শুভ নৱবৰ্ষৰ ২০২৪ ৰ দিনপঞ্জী ‘শিপা’ৰ আনুষ্ঠানিক উন্মোচনঃ গীত…

বকোঃ কামৰূপ জিলাৰ বকোৰ উদ্যোমী আৰু সফল যুৱ ব্যৱসায়ী তথা বকোৰ জনপ্ৰিয় প্ৰতিষ্ঠান দীক্ষিতা চুইটছ এণ্ড বেকাৰী’ৰ স্বত্বাধিকাৰী, এসময়ৰ বিশিষ্ট সাংবাদিক জনাৰ্দ্দন বড়োৰ ব্যতিক্ৰমী চিন্তাৰ ফচলৰূপে নৱবৰ্ষৰ প্ৰাক:ক্ষণত আজি 'দীক্ষিতা প্ৰকাশন'ৰ প্ৰথম

কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ অনুদানেৰে উপৰহালীত নিৰ্মিয়মান ‘চিলাৰায় ভৱনৰ’ ভূমি পূজন আৰু আধাৰশিলা…

বকোঃ কোচ ৰাজবংশী উন্নয়ণ পৰিষদৰ অনুদানেৰে কামৰূপ জিলাৰ উপৰহালীত নিৰ্মিয়মান ‘চিলাৰায় ভৱন’ৰ আজি ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ মুখ্য কাৰ্য্যালয় তথা কোচ