ashomiyapatrika.com
Browsing Tag

Boko anchalik rongali bihu sanmilani

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ৫৬ সংখ্যক বৰ্ষৰ বিহু আয়োজনৰ কাৰ্য্যালয় মুকলিঃ যাৱতীয় কাম-কাজৰ…

বকোঃ অসমীয়াৰ স্বাভিমান, প্ৰাণৰো প্ৰাণ, বাপতি সাহোন ৰঙালী বিহু কামৰূপ জিলাৰ বকো আঞ্চলিক সমিতিৰ ৫৬ সংখ্যক বৰ্ষত ভৰি দিয়ে। সেই উপলক্ষে সমাগত বিহু উৎসৱ উদযাপনৰ বাবে যাৱতীয় কাম-কাজ পৰিচালনা কৰিবলৈ আজি সন্ধিয়া পৰত মুকলি কৰে এটি

বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যকৰী সভা সম্পন্নঃ অহা ৯ মাৰ্চত সাধাৰণ সভা

বকোঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু সমাগত। কামৰূপ জিলাৰ বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগতো ৫৫ সংখ্যক বৰ্ষ গৰকা বিহু আয়োজনৰ প্ৰস্তুতি চলিছে। এই উপলক্ষে বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি অনুষ্ঠিত হয় শেষৰ খন কাৰ্য্যনিৰ্বাহক সভা।