‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত সহযোগ কৰিব বিৰোধী ঐক্য মঞ্চইঃ লুৰীণজ্যোতি গগৈ
গুৱাহাটীঃ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ অসমৰ কাৰ্যসূচীত সম্পূৰ্ণ সহযোগিতা কৰিব ১৫ টা বিৰোধী দলে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে অসমৰ আমগুৰি সমষ্টিৰ পৰা আৰম্ভ হৈ বক্সিৰহাটত সামৰণি পৰিবলগীয়া এই জনজাগৰণ!-->…