ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ
গুৱাহাটীঃ ৰাজ্য কপাই যোৱা গুৱাহাটী মহানগৰীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে। কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ ৯১/২৩ নম্বৰৰ গোচৰৰ শুনানি গ্ৰহন কৰি!-->…