ashomiyapatrika.com
Browsing Tag

awarness meeting

কামৰূপ জিলা আৰক্ষী আৰু বকো আৰক্ষী থানাৰ উদ্যোগত ‘নতুন অপৰাধ আইন – ২০২৩’ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ…

বকোঃ ৰাজ্যত সঘনাই সংঘটিত হৈ থকা ভিন্ন ভিন্ন প্ৰকাৰৰ অপৰাধ প্ৰৱনতা ৰোধ কৰিবলৈ চৰকাৰে প্ৰস্তুত কৰিছে একাধিক অভিলাষি আইন। এই আইন সমুহৰ ভিতৰত যথাক্ৰমে ১/ ভাৰতীয় ন্যায় সংহিতা আইন - ২০২৩, ২/ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন - ২০২৩, ৩/ ভাৰতীয়

বকোত ‘দীক্ষিতা’ৰ উদ্যোগত চৰকাৰী বাছ আস্থান আৰু শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত গছ পুলি ৰোপন

জলবায়ুৰ তাৰতম্যৰ ওপৰত সজাগতা সভা বকোঃ পৰিবেশ সংৰক্ষণ কৰক, জীৱন আৰু ভৱিষ্যত ৰক্ষা কৰক শ্ৰোগানেৰে কামৰূপ জিলাৰ বকোত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে সমাজ সংগঠক জনাৰ্দ্দন বড়োই। আজি সমগ্ৰ বিশ্বই পালন কৰে সু স্বাস্থ্যৰ বাবে বিশ্ব পৰিবেশ দিৱস।

সন্মান কানেকচনৰ সজাগতা সভাঃ ‘আমাৰ পানী আমাৰ ভৱিষ্যত’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা

বকোঃ চেন্টাৰ ফৰ মাইক্ৰফাইনেঞ্চ এণ্ড লাইভলিহুড (চি এম এল)ৰ টাটা ট্ৰাষ্টৰ উদ্যোগত কামৰূপ জিলাৰ বকোত চৰকাৰৰ জল জীৱন মিছনৰ লগত সংগতি ৰাখি সন্মান কানেকচনৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। জল জীৱন মিছনৰ জৰিয়তে জনসাধাৰণৰ উপকাৰৰ ওপৰত ভিত্তি কৰি

ইলোৰা বিজ্ঞান মঞ্চ, বকো শাখাৰ উদ্যোগত ‘দীপাৱলী’ উদযাপনৰ সজাগতা সভা

বকোঃ আতচবাজীয়ে কৰে বায়ু আৰু শব্দ প্ৰদুষণ, মমবাতি চাকি জ্বলাই কৰক দীপাৱলী উদযাপন। এই শ্লোগানেৰে আজি কামৰূপ জিলাৰ বকোত এক সজাগতাৰ জনসভা অনুষ্ঠিত কৰে ইলোৰা বিজ্ঞান মঞ্চ বকো শাখাই। উল্লেখ্য যে ইলোৰা বিজ্ঞান মঞ্চ অসমৰ নীতি নিৰ্দেশনা অনুসাৰে

শংকৰদেৱ জাতীয় বিদ্যালয়ত দৰিদ্ৰ আৰু দুৰ্বল শিশু সম্পৰ্কত সজাগতা সভা

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাত অৱস্থিত বলিয়াঘাট শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এ থ্ৰিএন ইট চাৰ্ভিচৰ এখন সজাগতা সভা। ২০১৯ চনত চি এছ আৰ পৃষ্ঠপোষতাত আৰম্ভ হোৱা কোম্পানীটোৱে দেশৰ প্ৰায় ২০.৭৫ কোটি দৰিদ্ৰ আৰু দুৰ্বল শিশুক ৫ বছৰ বয়সৰ

ধিঙত কৃষক ৰাইজৰ বিশেষ সজাগতা সভা

ধিংঃ কৃষক ৰাইজৰ সহায় হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছিল প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি আচনি, যত দেশৰ লাখ লাখ কৃষকে‌ ২০০০ টকাকৈ প্ৰতিবাৰে লাভ কৰি আহিছে। কিন্তু এই আঁচনিৰ ধন পাবলৈ প্ৰকৃত কৃষকে মাটিৰ প্ৰয়োজনীয় নঠি পত্ৰৰ লগতে বেংক