ashomiyapatrika.com
Browsing Tag

assu

ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতিঃ দেশৰ অষ্টলক্ষ্মী বানত বিধস্ত, খবৰ ল’বলৈ সময় নাই দেশৰ…

অন্য ৰাজ্যই যদি বৃহৎ পেকেজ পাই তেন্ত অসমে কিয় নাপাব? গুৱাহাটীঃ ৰাজ্যত প্ৰতিবছৰে ৫০ লক্ষাধিক জনসাধাৰণ বান-খহনীয়াত ক্ষতিগ্রস্ত হৈ আহিছে। প্রায় সকলো জিলাই এই বানৰ কবলত পৰে। বানৰ কবলত প্ৰতিবছৰে বহু লোক মৃত্যুমুখতো পৰিছে। লগতে হাজাৰ হাজাৰ

ছেবা আৰু শিক্ষা সংসদৰ অধ্যক্ষক সাক্ষাৎ কৰি আছুৰ আহ্বানঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ…

গুৱাহাটীঃ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত। আগন্তুক দুয়োটা পৰীক্ষা সন্দর্ভত আলোচনা কৰিবলৈ আজি সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ শিক্ষা সম্পাদক টুটুমণি কলিতা,

বিশিষ্ট সংগীতজ্ঞ ভূপেন উজীৰৰ বিয়োগত আছুৰ শোক প্ৰকাশ

গুৱাহাটীঃ বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰ দেৱৰ মৃত্যুত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে। তেখেতৰ বিয়োগ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু গুৱাহাটী উন্নতি সভাৰ এটি দলে তেখেতৰ

চন্দ্ৰপুৰত ‘কা’ বিৰোধী আন্দোলনৰ পঞ্চ ছহিদলৈ শ্রদ্ধাঞ্জলি

গুৱাহাটীঃ 'কা'বিৰোধী আন্দোলনৰ ছহিদ ছেম ষ্টেফ'র্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্র পাংগিঙৰ প্রতি শ্রদ্ধাঞ্জলি জনাই আজি চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চন্দ্ৰপুৰৰ শ্বহীদ বেদী প্রাংগণত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন