ashomiyapatrika.com
Browsing Tag

Assam trinamool congress

অসমত তৃণমূল কংগ্ৰেছে বিচাৰিবলগীয়া আসন সম্পৰ্কে অহাকালি কলকাতাত বৈঠক

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে৷ বিশেষকৈ বিজেপি বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ গঠন হোৱাৰ পিছত তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক ব্যস্ততা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ দেশৰ

অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটীঃ পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দৰে অসমৰ চাহ শ্ৰমিকসকলৰো দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই৷ এক বাৰ্তাত দিলীপ কুমাৰ শৰ্মাই কয়,'বিজেপিয়ে বিগত সময়ছোৱাত চাহ

শিক্ষকৰ পৰামৰ্শই যুৱ প্ৰজন্মক সামাজিক দিশত শক্তিশালী কৰি তোলেঃ বন্দীপ দত্ত

পৱিত্ৰ শিক্ষক দিৱসত শিক্ষকৰ আশীৰ্বাদেৰে আগবাঢ়ি যোৱাৰ সংকল্প তৃণমূল কংগ্ৰেছৰ গুৱাহাটীঃ শিক্ষকসকল হৈছে সমাজৰ মাৰ্গদৰ্শক, শ্ৰেষ্ঠ পৰামৰ্শদাতা। শিক্ষাগুৰুৰ পৰামৰ্শ আৰু আশীৰ্বাদে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখে। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱসৰ

সকলো চৰকাৰী আৰু ব্যক্তিগত হাস্পতালত এন্টিভেনাম সহজলভ্য কৰি ৰাখিবলৈ দাবী অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটীঃ এতিয়া বাৰিষা বতৰ যিহেতু যিকোনো সময়তে সাপে বিচৰণ কৰি ফুৰে৷ বিভিন্ন ঠাইত বিষাক্ত সাপে দংশন কৰা ঘটনাবোৰো সংঘটিত হৈ আছে ৷ তেনেকুৱা বাতৰিবোৰো দেখি আছোঁ৷ দুইদিন পূৰ্বে বাক্সা জিলাত সাপে দংশন কৰাৰ পাছত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাও ঘটিছে।

অনাস্থা প্ৰস্তাৱকলৈ মোদীয়ে দিয়া ভাষণে প্ৰমাণিত কৰিছে বিজেপিৰ অন্তৰত উত্তৰ-পূৱৰ প্ৰকৃত স্থানঃ…

মণিপুৰৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত হৈ আছে কেন্দ্ৰ চৰকাৰঃ ৰিপুণ বৰা গুৱাহাটীঃ মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰত কেন্দ্ৰ চৰকাৰ জড়িত হৈ আছে। মণিপুৰৰ হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰি আইন-শৃংখলা পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত মণিপুৰ আৰক্ষীৰ সৈতে

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

তৃণমূলৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল অসম আৰক্ষী, সভাপতি ৰিপুণ বৰাসহ প্ৰতিবাদীক আটকঃ তৃণমূলৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰক ৰিপুণ বৰাৰ গৰিহণা গুৱাহাটীঃ খাদ্য সামগ্ৰী, শাক-পাচলি, ঔষধকে ধৰি সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ

গুৱাহাটীৰ দুৰৱস্থাৰ বাবে দায়ী মন্ত্ৰী অশোক সিংঘালঃ তপন কুমাৰ কলিতা

গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে পানীৰ পাইপ বোমা, আৰামত দিন কটাইছে চৰকাৰেঃ তৃণমূল কংগ্ৰেছ গুৱাহাটীঃ অসম তৃণমূল কংগ্ৰেছৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি তপন কুমাৰ কলিতাই শণিবাৰে গুৱাহাটীৰ জুৰোড এলেকাত সংঘটিত পানীৰ পাইপ বিস্ফোৰণ ঘটনাক তীব্ৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্যঃ ব্যৱস্থা গ্ৰহণৰ দাবীৰে…

অসম আৰক্ষীয়ে এতিয়ালৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনকঃ ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (ক) অনুচ্ছেদ অনুসৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে গুৱাহাটীঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিঞা

তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ সফলতা উদযাপন

গুৱাহাটীঃ পশ্চিমবঙ্গৰ পঞ্চায়ত নিৰ্বাচনত তৃণমূল কংগ্ৰেছে লাভ কৰা আকৰ্ষণীয় সফলতা উদযাপনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অসম তৃণমূল যুৱ কংগ্ৰেছৰ উদ্যোগত এক কাৰ্যসূচী অনুষ্ঠিত হয়। দলীয় কৰ্মীসকলে ফটকা ফুটাই, মিঠাই বিতৰণ কৰাৰ লগতে

ঘগ্ৰাপাৰ থানাত আৰক্ষীৰ কিশোৰীক যৌন নিৰ্যাতন প্ৰসংগঃ মুখ্যমন্ত্ৰীৰ উচটনিত আজি নিয়ন্ত্ৰণহীন হৈ পৰা…

চূড়ান্ত ব্যৰ্থ গৃহ বিভাগৰ মুৰব্বী মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ কোনো নৈতিক অধিকাৰ নাইঃ ৰিপুণ বৰা গুৱাহাটীঃ ঘগ্ৰাপাৰ থানাত আৰক্ষীয়ে এগৰাকী কিশোৰীক উলংগ কৰি ফটো উঠোৱাৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পূৰ্বতে কোনোদিনে