পুনৰ পাঁচদিনলৈ অসমত হব বৰষুন
গুৱাহাটীঃ প্ৰতিবছৰে এনেকুৱা সময়ত বৰষুন হয়েই৷ কিন্তু ৰাজ্যৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত অসম, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ পূব ভাৰতৰ কেবাখনো ৰাজ্যত!-->…