ashomiyapatrika.com
Browsing Tag

Assam Jatiya parisad

সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ হোৱাৰ আহ্বান নাগৰিক সমাজৰঃ জাতীয় পৰিষদৰ…

গুৱাহাটীঃ কাল সাম্প্ৰদায়িকতাই ৰাজ্যৰ আকাশ মেঘাচ্ছন্য কৰি চৌদিশে হিংসাৰ বাতাবৰণ সৃষ্টিৰ পৰিৱেশৰ সূচনা কৰাৰ সময়তে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাৰ মাৰ বান্ধি থিয় দিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে অসমৰ বিভিন্ন ক্ষেত্ৰৰ আগশাৰীৰ নাগৰিক সমাজে৷ আজি

অসমৰ জাতীয় সত্বাৰ মূল চালিকা শক্তি সম্প্ৰীতিৰ এনাজৰী কোনো কাৰণতে বিনষ্ট কৰিবলৈ দিয়া নহ’বঃ অসম…

গুৱাহাটীঃ অসম জাতীয় পৰিষদৰ আজিৰ জৰুৰী সভাই যোৱা ৩০জুলাইত মঙলদৈত সামৰণি পৰা এক সাম্প্ৰদায়িক সংগঠনৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ জৰিয়তে মুকলিকৈ গুলী চলোৱা কাৰ্যৰ সতে জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰি কোনোধৰণৰ শাস্তিমূলক

এক লাখ নিযুক্তিৰ আশ্বাস দি দুই লাখক নিবনুৱা কৰাটো জনবিৰোধীঃ লুৰীনজ্যোতি গগৈ

ৰাজ্য চৰকাৰৰ 'চামুচেৰে দি বেলছা মাৰি নিয়া' নীতিৰ তীব্ৰ বিৰোধিতা জাতীয় পৰিষদৰঃ পদ বিলুপ্তিকৰণৰ অফিচ মেমোৰেণ্ডাম তৎকালে প্ৰত্যাহাৰৰ দাবী গুৱাহাটীঃ অসম চৰকাৰৰ ৫০ শতাংশ চাকৰি কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা

মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ আৰু ৰাজ্য চৰকাৰ ভংগৰ আহ্বান অসম জাতীয় পৰিষদৰ

গুৱাহাটীঃ অসমৰ বিশিষ্ট আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে যোৱা ৪ মে’ত মণিপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণেৰে ৰাজ্যখনত শীঘ্ৰে আইন-শৃংখলা ব্যৱস্থা বাহাল আৰু কেন্দ্ৰ চৰকাৰৰ তৎকালীন হস্তক্ষেপৰ দাবী জনাইছে৷ এন

ডিলিমিটেচনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ জাতীয় পৰিষদৰ

গুৱাহাটীঃ সমষ্টি পুনৰগঠন স্থগিত ৰখাৰ আৰ্জিৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল অসম জাতীয় পৰিষদ৷ ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা উক্ত পদক্ষেপটো স্থগিত ৰখাৰ দাবীৰে আজি দলটোৱে সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে৷ গোচৰ নম্বৰ

মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত সংবিধানৰ ৩৫৬ ধাৰা প্ৰয়োগৰ দাবী

অযোগ্য মণিপুৰ চৰকাৰক বৰ্খাস্ত কৰকঃ অসম জাতীয় পৰিষদৰ দাবী গুৱাহাটীঃ মণিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। বিগত ৩ মে’ৰ পৰা মণিপুৰত অনিয়ন্ত্ৰিত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত ৰাজ্যখনৰ জনতাই

মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক

দেশৰ আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপনত ঐক্যমত প্ৰকাশঃ অদূৰ ভৱিষ্যতে অসম ভ্ৰমণৰ ইচ্ছা প্ৰকাশ উদ্ধৱ থাকৰেৰ মুম্বাইঃ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ মাজতে আজি অসম জাতীয় পৰিষদ দলৰ নেতৃবৃন্দই

জোলোঙাৰ মেকুৰী ওলাই যোৱাৰ ভয়ত পাইপ পোতা পুৰণি বিষয়া-অভিযন্তাক জৱাবদিহী কৰাৰ বিৰোধিতা কৰিছে…

হঠাৎ ওলোটা খৰ মাৰি অদৃশ্যৰ হাততে দায় ঠেলা হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জাতীয় পৰিষদে গুৱাহাটীঃ ‘নিজৰ দক্ষতাৰ ওপৰত অগাধ বিশ্বাস থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই হঠাতে ৰাইজৰ ভাগ্য অদৃশ্যৰ হাতলৈ ঠেলি দিলে কিয়?"- এই প্ৰশ্ন অসম

প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাত মৃত্যুৰ বাবে কিয় জগৰীয়া কৰা নাই মন্ত্ৰী-চৰকাৰী বিভাগক?

খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মাৰা বন্ধ কৰকঃ হেলিকপ্টাৰত উঠি গুৱাহাটীৰ বান চোৱা মন্ত্ৰী অশোক সিংঘালক দায়ী কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন গুৱাহাটীঃ দুদিন পূৰ্বে গুৱাহাটীৰ গণেশগুৰিত দুৰ্ঘটনাত পতিত হৈ প্ৰিয়া কুমাৰী নামৰ এগৰাকী